অসম ৰাজ্যিক আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত হব লোক আদালত
ৰাষ্ট্ৰীয় আইনসেৱা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক আইনসেৱা প্ৰাধিকৰণ তত্ত্বাৱধানত শিৱসাগৰতো জিলা আইনসেৱা প্ৰাধিকাৰী উদ্যোগত অহা ইংৰাজী ১৩ আগষ্ট ২০২২ তাৰিখে ৰাষ্ট্ৰীয় লোক আদালত জিলা ন্যায়িক চৌহদত অনুষ্ঠিত কৰা হৈছে |
উক্ত লোক আদালত বিভিন্ন আপোচ যোগ্য ফৌজদাৰী গোচৰ, চেক বাউঞ্চ গোচৰ, যান-বাহন আইন, ১৯৮৮ অধীনৰ গোচৰ সমুহ নিষ্পত্তিৰ দিহা কৰা হৈছে | ইয়াৰ উপৰিও ঋণ আদায়, বিজুলী বিল আদায় আদি গোচৰ সমুহ মিমাংসা কৰা হব।