স্বাধীনতা দিৱস উদযাপনকলৈ ব্যাপক প্ৰস্তুতি চলাইছে মৰিগাঁও জিলা প্ৰশাসনে। এইলৈ স্থানীয় তৰুণৰাম ফুকন খেলপথাৰত আৰক্ষী বাহিনীৰ লগতে জিলাখনৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে চলিছে মাৰ্চ পাস্টতৰ আখৰা। মৰিগাঁও, জাগীৰোড আৰু জিকেবি কলেজৰ ছাত্র ছাত্ৰী ৰ ওপৰিও জৱাহৰ নবোদয় বিদ্যালয়, সন্ত থেৰেচা, সংস্কৃতি বিদ্যপীঠৰ লগতে মৰিগাঁও জাতীয় বিদ্যালয়ে পোন প্ৰথম বাৰৰ বাবে মাৰ্চপাস্টত অংশগ্ৰহণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Festive Season में Sedan गाड़ियों पर बंपर डिस्काउंट, Honda City पर मिल रही सबसे ज्यादा छूट
Festival Discounts on Cars त्योहारी सीजन आते ही गाड़ियों पर डिस्काउंट ऑफर मिलने शुरू हो जाते हैं।...
সীমান্ত ৰ কুমন্ত্রণাত ৰিনী পাগল : সংসাৰ ভাগিল মহানন্দৰ
সামাজিক নাটক 'দখল' এক দৃশ্যইৰ পুলকিত কৰাছিল সকলোৰে মন ৷
ৰানীৰ ভাওঁত অভিনয় কৰা পল্লিকাক সীমান্ত...
পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ বৃদ্ধৰ মৃত্যু
পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ বৃদ্ধৰ মৃত্যু
Congress से North East प्रत्याशी Kanhaiya Kumar ने की Sunita Kejriwal से मुलाकात | Aaj Tak
Congress से North East प्रत्याशी Kanhaiya Kumar ने की Sunita Kejriwal से मुलाकात | Aaj Tak
नवनिर्वाचित मेयर डॉक्टर मंगलेश श्रीवास्तव का हुआ अभिनंदन।
- कवि सम्मेलन वा सम्मान समारोह का हुआ आयोजन।
-साहित्यिक क्षेत्र में गोरखपुर शहर अपनी एक...