তেজপুৰত এইবাৰ ৰাইজৰ হাতত কৰায়ত্ত হ'ল দুই গাঞ্জা সৰবৰাহকাৰী৷ ওদালগুৰিৰ গজেন নাৰ্জাৰী আৰু দীপাঞ্জন ব্ৰহ্ম নামৰ দুই যুৱকে তেজপুৰ বাটামাৰীত সন্দেহজনক ভাৱে ঘূৰি ফুৰা প্ৰত্যক্ষ কৰে স্হানীয় লোকে৷ তাৰ পিছত যুৱক দুই জনক সোধাপোছা কৰোঁতে ওলাই পৰে ওৰহি গছৰ ওৰ৷ গাঁওখনৰ জনৈক জয়দৰ নামৰ লোক জনৰ আদেখ মৰ্মে প্ৰায় ৯ কেজি ওজনৰ গাঞ্জা চমজাবলৈ আহিছিল তেওঁত ঘৰলৈ সেই ধৃত ব্যক্তি দুই জন। ৰাইজে দুয়োকে লপাথপা দি পিছত খবৰ দিলে স্হানীয় বৰঘাট আৰক্ষীক। ঘটনাস্থলীত উপস্হিত হৈ আৰক্ষীয়ে দুয়োকে আটক কৰাৰ লগতে ধৃত যুৱক পৰা প্ৰায় ৯ কেজি ওজনৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરેન્દ્રનગરમાં પત્ની તથા પુત્રના ભરણપોષણ ચુકવવા આદેશ કરતી કોર્ટ
સુરેન્દ્રનગરમાં રહેતા મહિલાને સાસરીયાઓએ માનસીક શારિરીક ત્રાસ આપતા હતા.આથી સગીર પુત્રને લઇ અલગ...
Heated Discussion between Conrad Sangma and George Lyngdoh
Some heated discussion too place between Chief Minister Conrad Sangma and Umroi MLA George...
જૂનાડીસામાં આધેડની રહસ્યમય હત્યા કરતાં ચકચાર
ફરીના નિવેદન હાજરી અને મજૂરી કરતા હતા એ જમીન સંબંધે અનેક તર્ક વિતર્ક વહેતા થયા.
૧૮ તારીખે મારનો...
Breaking News: BJP सांसद Nishikant Dubey के आरोपों पर TMC सांसद Mahua Moitra का तंज | Aaj Tak
Breaking News: BJP सांसद Nishikant Dubey के आरोपों पर TMC सांसद Mahua Moitra का तंज | Aaj Tak