তেজপুৰত এইবাৰ ৰাইজৰ হাতত কৰায়ত্ত হ'ল দুই গাঞ্জা সৰবৰাহকাৰী৷ ওদালগুৰিৰ গজেন নাৰ্জাৰী আৰু দীপাঞ্জন ব্ৰহ্ম নামৰ দুই যুৱকে তেজপুৰ বাটামাৰীত সন্দেহজনক ভাৱে ঘূৰি ফুৰা প্ৰত্যক্ষ কৰে স্হানীয় লোকে৷ তাৰ পিছত যুৱক দুই জনক সোধাপোছা কৰোঁতে ওলাই পৰে ওৰহি গছৰ ওৰ৷ গাঁওখনৰ জনৈক জয়দৰ নামৰ লোক জনৰ আদেখ মৰ্মে প্ৰায় ৯ কেজি ওজনৰ গাঞ্জা চমজাবলৈ আহিছিল তেওঁত ঘৰলৈ সেই ধৃত ব্যক্তি দুই জন। ৰাইজে দুয়োকে লপাথপা দি পিছত খবৰ দিলে স্হানীয় বৰঘাট আৰক্ষীক। ঘটনাস্থলীত উপস্হিত হৈ আৰক্ষীয়ে দুয়োকে আটক কৰাৰ লগতে ধৃত যুৱক পৰা প্ৰায় ৯ কেজি ওজনৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દેવગઢબારિયા ૧૩૪ વિધાનસભામાં નવો વળાંક
દેવગઢ બારીયા 134 વિધાનસભા માં નવો વળાંક NCP નાં ઉમેદવારે ફોર્મ પરત લેતા દેવગઢ બારીયા માં ફક્ત આમ...
रंगत निखारने से लेकर त्वचा को जवां बनाने कर, जानें उबटन लगाने के ढेरों फायदे
सदियों से स्किन केयर के लिए आयुर्वेद में उबटन का इस्तेमाल होता आया है। त्वचा को प्राकृतिक निखार...
જાફરી સ્કૂલની આસપાસના રહીશો દ્વારા ગટરના પ્રશ્ને મહિલાઓ દ્વારા ઉગ્ર રજુઆત સાથે હોબાળો મચાવ્યો
જાફરી સ્કૂલની આસપાસના રહીશો દ્વારા ગટરના પ્રશ્ને મહિલાઓ દ્વારા ઉગ્ર રજુઆત સાથે હોબાળો મચાવ્યો
TU concludes National Conference on Lesser-known Freedom Fighters of Assam
Tezpur: To mark 75 years of Indian Independence, a National Conference on 'Lesser-Known...