মঙ্গলদৈৰ মাজমজিয়াত জাপানীজ এনকেফেলাইটিজ।কভিডৰ আৰু বান বিভীষিশাৰ মাজতে মঙ্গলদৈত এইবাৰ ভয়াবহতাৰ সৃষ্টি কৰিছে জাপানীজ এন কে ফেলাইটিজ ৰোগে।মঙ্গলদৈ চহৰৰ নিকটবৰ্তী মঙ্গলদৈ গাঁৱৰ নিবাসী ৰতন ৰয়ৰ দেহত ধৰা পৰিছে এই ৰোগ।বানপানীৰ ফলত বহুদিন ওচৰৰে আশ্ৰয় শিবিৰত বন্দী হৈ আছিল ৰতন ৰয়ৰ সহ পৰিয়ালটি।ঘৰৰ পৰা পানী কমাৰ পিছতেই ঘৰলৈ আহিছিল যদিও তাৰ কিছুদিন পিছতেই ৰতন ৰয়ৰ শৰীৰত জ্বৰে দেখা দিয়ে।মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিছিল যদিও ৰয়ৰ শৰীৰ ক্ৰমান্বয়ে দুৰ্বল হৈ আহে। পিছলৈ গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে লৈ গৈছিল ৰয়ক। গুৱাহাটীৰ নাৰায়ণা চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতেই ধৰা পৰে ৰোগটি।বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই,চি ইউত, অচেতন অৱস্থাত আছে ৰতন ৰয়।জিলা স্বাস্থ্য বিভাগৰ পৰা এই বিষয়ত পৰিয়ালটিক কোনো সহাঁৰি দিয়া নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Skin Care Routine For Oily Acne Prone Skin(Oily Acne Prone स्किन के लिए स्किन केयर रूटीन)| In HINDI)
Skin Care Routine For Oily Acne Prone Skin(Oily Acne Prone स्किन के लिए स्किन केयर रूटीन)| In HINDI)
ભુકંપના ઝાટકા યથાવત.અરૂણાચલપ્રદેશમાં આવ્યા 4.5 ની ત્રીવતાના ભુકંપના ઝટકા, #ani#guj#
ભુકંપના ઝાટકા યથાવત.અરૂણાચલપ્રદેશમાં આવ્યા 4.5 ની ત્રીવતાના ભુકંપના ઝટકા, #ani#guj#
चलती ट्रेन के AC कोच में आग लगी, जयपुर में यात्रियों ने कूदकर बचाई जान
जयपुर। राजस्थान की राजधानी जयपुर में चलती ट्रेन के कोच में आग लगने से हड़कंप मच गया। शुक्रवार अल...
খুমতাই চাহ বাগানত দৰিদ্ৰ লোকক বস্ত্ৰদান কৰে মৰাণৰঅন্যতম সংগঠন জে চি আই নামৰ সংস্থাটোৱে
বেচৰকাৰী মহিলা সংগঠন ‘JCI MORAN - The Royals’ ৰ প্ৰশংসনীয় পদক্ষেপ । মৰাণৰ সমীপৰ...