বেচৰকাৰী মহিলা সংগঠন ‘JCI MORAN - The Royals’ ৰ প্ৰশংসনীয় পদক্ষেপ । মৰাণৰ সমীপৰ খুমটাই চাহ বাগিছাত প্ৰায় ৫০০ গৰাকী দৰিদ্ৰ লোকক বস্ত্ৰদান কৰে সংগঠনটোৱে । সমাজত অৰ্থনৈতিকভাৱে পিছ পৰি থকা লোকসকলক সামান্য পৰিমানে হলেও সকাহ দিয়াৰ উদ্দেশ্যে ‘JCI MORAN - The Royals’ য়ে গ্ৰহন কৰে এই কাৰ্যসূচী । বৃহত্তৰ মৰাণ অঞ্চলৰ একাংশ সচেতন মহিলাক লৈ গঠিত ‘JCI MORAN - The Royals’ ৰ এই পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে সচেতন মহলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Sanjay Singh Arrested: संजय सिंह के दो क़रीबियों को ED के समन्स | AAP | Kejriwal | Delhi Liquor Case
Sanjay Singh Arrested: संजय सिंह के दो क़रीबियों को ED के समन्स | AAP | Kejriwal | Delhi Liquor Case
होली त्यौंहार पर आया वेश बदलकर हिस्ट्रीशीटर गिरफ्तार।
उत्तर प्रदेश के जनपद बरेली में,होली त्यौंहार पर आया वेश बदलकर हिस्ट्रीशीटर गिरफ्तार।मालूम होकि...
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত মাজুলী জিলা কংগ্ৰেছৰ সভাপতি দধি বৰুৱাৰ মন্তব্য
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত মাজুলী জিলা কংগ্ৰেছৰ সভাপতি দধি বৰুৱাৰ মন্তব্য
केद्रीय अर्द्धसैनिक बलों के भोजन में शामिल होगा 30 फीसद श्रीअन्न, अमित शाह के आह्वान पर लिया गया फैसला
नई दिल्ली, गृहमंत्री अमित शाह के आह्वान पर केंद्रीय अर्द्धसैनिक बलों और एनडीआरएफ के...
દિયોદર ખાતે ભવ્ય ડાયરો તેમજ આનંદ ગરબા નું કરાયું આયોજન..
દિયોદર નગરે ખીમાણા હાઈવે પર જલારામ બાપા નું નવ નિર્માણ મંદિર બનાવવામાં આવ્યું છે જેમાં આગામી સમય...