ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতি ৰুপে দ্ৰোপদী মুৰ্মু নিৰ্বাচিত হোৱাত দেশৰ সকলো প্ৰান্তৰ সমান্তৰালভাৱে নাৰায়ণপুৰতো উঠিছে আনন্দৰ জোঁৱাৰ ৷ নাৰায়ণপুৰত বিজেপি দলৰ সমৰ্থকসকলৰ আনন্দোৎসৱ মাজতে বিশেষকৈ শিমলুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত আদিবাসী বসতি প্ৰদান অঞ্চলত আদিবাসী লোকসকল উলাই আহি ৰাষ্ট্ৰপতি গৰাকীলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভাৰত মাতা কী জয় ধ্বনিৰে আনন্দোৎসৱ কৰা পৰিলক্ষিত হয় ৷ লোকসকলৰ আনন্দোৎসৱ সংগী হ’ল শিমলুগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী শিখামনী বৰকটকী দাসো ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jaipur में Instagram Influencer लड़की ने बताया, BJP-Congress का ऑफर और जवाब | Rajasthan Election
Jaipur में Instagram Influencer लड़की ने बताया, BJP-Congress का ऑफर और जवाब | Rajasthan Election
নাজিৰাত নাওঁখেল প্ৰতিযোগিতা
অতিতৰ হেৰাই যোৱা খেলৰ ভিতৰত নাওঁখেলো অন্যতম অসমীয়া ৰাইজৰ মাজত এক জনপ্ৰিয় খেল । নাজিৰাত অনুসূচিত...
સમડી સર્કલ ખાતે રિક્ષામાં સાપ દેખાતા અફરાતફરીનો માહોલ સર્જાયો.
સમડી સર્કલ ખાતે રિક્ષામાં સાપ દેખાતા અફરાતફરીનો માહોલ સર્જાયો.
BOTAD - શનિવારે સવારે 9 થી1 બંધના એલાનને સમર્થન આપવા વિરોધ પક્ષના નેતા રમેશભાઈ એ લોકોને કરી અપીલ
BOTAD - શનિવારે સવારે 9 થી1 બંધના એલાનને સમર્થન આપવા વિરોધ પક્ષના નેતા રમેશભાઈ એ લોકોને કરી અપીલ
बीते महीने 150-200 सीसी सेगमेंट में हुई 1.50 लाख बाइक्स की बिक्री, Top-5 में शामिल हुईं Bajaj, TVS, Honda
भारतीय बाजार में हर महीने लाखों की संख्या में दो पहिया वाहनों की बिक्री होती है। इनमें 150...