নগাঁৱৰ পৰা কেৰেলালৈ সৰবৰাহ হয় হেৰোইন ৷ এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে আৰক্ষীৰ অভিযানত ৷ নগাঁও সদৰ থানাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত উদ্ধাৰ হৈছে বাছ আস্থানৰ পৰা ড্ৰাগছ ৷নগাঁও আৰক্ষীয়ে গোপন সুত্ৰ পম খেদি নগাঁও চহৰৰ ধিঙ গেইটত থকা মৈৰাবাৰী ট্ৰেভেল এজেঞ্চিত অভিযান চলাই ৷ এই অভিযানৰ সময়ত এজেঞ্চিটোৰ কাউন্টাৰৰ পৰা দুটি বস্কত ভৰাই থোৱা হেৰ’ইন খিনি উদ্ধাৰ কৰা হয় ৷এটা বেগত হেৰ’ইন বক্স দুটা উদ্ধাৰ কৰাৰ লগতে কেবাখনো আধাৰ কাৰ্ডো আৰক্ষী উদ্ধাৰ কৰে ৷ অৱশ্যে আৰক্ষীয়ে কোনো লোকক ঘটনাৰ সন্দৰ্ভত কৰায়ত্ব কৰা নাই ৷ মঙ্গলবাৰৰ আৰক্ষীৰ অভিযানৰ সময়ত কাউন্টাৰটোত কোনো লোক নাছিল ৷ স্থানীয় লোকে বাছকাউন্টাৰটো বন্ধ কৰি দিয়াৰ দাবী জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા પંથકમાં ફરી બન્યો કમોસમી માવઠા જેવો માહોલ / સબંધ ભારત ન્યુઝ
ડીસા પંથકમાં ફરી બન્યો કમોસમી માવઠા જેવો માહોલ / સબંધ ભારત ન્યુઝ
Godrej Properties Shares Downfall | Godrej Group के संपत्ति के बंटवारे से और गिरेंगे Stocks?
Godrej Properties Shares Downfall | Godrej Group के संपत्ति के बंटवारे से और गिरेंगे Stocks?
৭৬ তম স্বাধীনতা দিৱস উদযাপন মাজুলীত
সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে মাজুলী জিলাতো ৭৬ তম স্বাধীনতা দিৱস গড়মূৰস্থিত কাছাৰী ময়দানত...
How To Lose Fat Fast ! ( Not How You Think !
How To Lose Fat Fast ! ( Not How You Think !