ধেমাজিৰ জীয়াধল নৈপৰীয়া ৰাইজে পাৰ কৰিছে দূৰ্বিষহ জীৱন ৷ জীয়াধলৰ বানে জুৰুলা ধেমাজিৰ দিহিৰি কছাৰী , দিহিৰি মিছিং , দিহিৰি মেপং আদি অঞ্চলৰ লোকসকলক সৰ্বস্বান্ত কৰাৰ পিছত পানীত হাঁহ নচৰা অৱস্থাত দিন কটাইছে লোকসকলে ৷ অঞ্চলসমূহৰ অহা যোৱা কৰা বাট পথ সমূহ জীয়াধলৰ বানে চিঙি পেলোৱাৰ পিছত দূৰ্য্যোগপূৰ্ণ যাতায়তে দূৰ্ভ্যোগ ভূগাইছে লোকসকলক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MLA Sukhpal Singh Khaira के Arrest के Live video में क्या दिखा?
MLA Sukhpal Singh Khaira के Arrest के Live video में क्या दिखा?
RO Paper Leak: गाज़ीपुर डीएम बोलीं-'पेपर लीक नहीं हुआ', छात्रों के खिलाफ मुक़दमा!
RO Paper Leak: गाज़ीपुर डीएम बोलीं-'पेपर लीक नहीं हुआ', छात्रों के खिलाफ मुक़दमा!
বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ একাদশ ত্ৰি-বাৰ্ষিক অধিবেশনৰ আয়োজন
নলবাৰী জিলাৰ অন্যতম ক্ৰীড়ানুষ্ঠান বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ একাদশ ত্ৰি-বাৰ্ষিক অধিবেশন খন...