নিচামুক্তি কেন্দ্ৰত এইবাৰ উন্মোচিত হৈছে ভয়ংকৰ কাণ্ড ৷ নিচামুক্তি কেন্দ্ৰত থকা এজন যুৱকক শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে দম দি ধন খোজাৰ অভিযোগ ৷ নিচামুক্তি কেন্দ্ৰ পৰিণত হৈছে নিচাযুক্ত কেন্দ্ৰলৈ ৷ নিচামুক্তি কেন্দ্ৰত প্ৰকৃততে কি চলে সেইয়া জানিলে আপুনিও আচৰিত হ’ব ? এই সন্দৰ্ভত চাঁও আহক আমাৰ এক বিশেষ প্ৰতিবেদন ৷ .গোলাঘাটৰ এটা নিচামুক্তি কেন্দ্ৰত অৰাজকতা ৷ লগৰীয়াৰ শাৰীৰিক নিৰ্যাতনৰ ফলত নিচামুক্তি কেন্দ্ৰৰ পৰা পলায়ন এজন যুৱকৰ ৷ নিচামুক্তি কেন্দ্ৰত যে মুকলিকৈ ড্ৰাগছৰ এক মুকলি বেহা চলি আছে তাৰো ভয়ংকৰ দিশ উন্মোচিত হৈছে ৷ নিচামুক্তি কেন্দ্ৰত কিদৰে যুৱকে ড্ৰাগছ গ্ৰহণ কৰে তাৰ দৃশ্যও ধৰা পৰিছে গোপন কেমেৰাত ৷ গোলাঘাটৰ চন্দননগৰস্থিত God Grace ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰটোৰ পৰিচালনা কৰা লোকেই যোগান ধৰে মাৰাত্মক ড্ৰাগছৰ লগতে নিচাযুক্ত সামগ্ৰীসমূহ ৷ ১০তাৰিখে নিচামুক্তি কেন্দ্ৰটোলৈ আহিছিল অৰুণাচল প্ৰদেশৰ নামৰ যুৱকজনক যোৱা বৃহস্পতিবাৰে কেইবাজনো যুৱকে মাৰধৰ কৰাৰ লগতে নিচাযুক্ত সামগ্ৰী ক্ৰয় কৰিবলৈও ধন বিছাৰি অত্যাচাৰ কৰে ৷ আনহাতে এই নিচামুক্তি কেন্দ্ৰটোত যে কেন্দ্ৰত থকা যুৱকসকলে মুকলিকৈ ড্ৰাগছ গ্ৰহণ কৰে সেইয়াও ভিডিঅ’ ৰ জড়িয়তে স্পষ্ট হৈছে ৷ এই কেন্দ্ৰটোত কেৱল নিচাযুক্ত সামগ্ৰী সেৱনেই নহয় ইয়াত জুৱাৰ আদ্দাও সংঘটিত হোৱাৰ কথা উল্লেখ কৰে ভুক্তভোগীয়ে ৷ মুঠতে এই নিচামুক্তি কেন্দ্ৰটোত যে আজিও নিচা আৰু জুৱাৰ বেহা চলি আহিছে সেই ঘটনাই এতিয়া স্পষ্ট কৰিছে যে নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে কি চলি আছে। তাৰ বিপৰীতে নিচামুক্তি কেন্দ্ৰটোত থকা যুৱকসকলে এই বিষয়টো সম্পূৰ্ণ মিছা বুলি উল্লেখ কৰে ৷ইতিমধ্যে ভুক্তভোগী যুৱকজনে এই সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিব বুলি উল্লেখ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાવીજેતપુરમાં મેઘાની પધરામણી થતા કિસાનોનો
પ્લાસ્ટિક, પતરા ખરીદવા બજારમાં ધસારો : ધીમીધાર થી વરસાદની શરૂઆત થતાં કિસાનોમાં આનંદ
પાવીજેતપુરમાં મેઘાની પધરામણી થતા કિસાનો નો પ્લાસ્ટિક, પતરા ખરીદવા બજારમાં ધસારો : ધીમીધાર થી...
जानलेवा हमले के दो आरोपी गिरफ्तार, जान से मारने पिता-पुत्र को मारा था चाकू, पुलिस में शिकायत देने जा रहे थे दोनों
जानलेवा हमला करने के तीन महीने पुराने मामले में पुलिस ने दो आरोपियों को गिरफ्तार किया है। आरोपी...
स्वच्छता क्विज प्रतियोगिता का हुआ आयोजन
नगर पालिका के तत्वावधान में अधिशासी अधिकारी मनोहरलाल जाट के निर्देशन मे स्वच्छता ही सेवा...
शेती व्यवसायिक कार्यक्रम गावोगावी होणे गरजेचे : फणसकिंग मिथिलेश देसाई
रत्नागिरी : कॅन्सरवर औषध बनवण्यासाठी फणस पानाचा अर्क वापरला जातो. फणस हा कल्पवृक्ष आहे. चारखंडाचे...
Bhaskar Jadhav on Shinde-Fadnavis Govt : भास्कर जाधवांचा सरकारवर हल्लाबोल
Bhaskar Jadhav on Shinde-Fadnavis Govt : भास्कर जाधवांचा सरकारवर हल्लाबोल