দৰং জিলাৰ বেছিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত দলগাও পঞ্চায়তৰ দলগাঁৱ গ শাখাৰ আত্মসহায়ক গোটৰ সদস্যাসকলে আজি "মোৰ মাটি মোৰ দেশ" শ্লোগান দি অমৃত কলহ যাত্ৰাৰ এটা ৰেলী উলিয়াই এই অমৃত কলহ যাত্ৰাত সকলো ঘৰৰ পৰা এমুঠি কৈ মাটি লৈ মোৰ মাটি মোৰ দেশ কাৰ্যসূচী সফল ৰূপায়ন কৰে।উক্ত কাৰ্যসূচীত দলগাওঁ পঞ্চায়তৰ জীৱিকা সখী ছালমা বেগম আৰু দলগাওঁ পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ সদস্যা ছাজিনা বেগমৰ লগতে আত্মসহায়ক গোটৰ সদস্যা সকলে উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha Election 2024: 25 मई को दिल्ली में चुनाव, उत्तर पश्चिम सीट पर जानिए कैसा है माहौल ?
Lok Sabha Election 2024: 25 मई को दिल्ली में चुनाव, उत्तर पश्चिम सीट पर जानिए कैसा है माहौल ?
Women Reservation Bill: Dimple Yadav Speech। जाति जनगणना पर BJP से मांगा जवाब। Mulayam Singh
Women Reservation Bill: Dimple Yadav Speech। जाति जनगणना पर BJP से मांगा जवाब। Mulayam Singh
જલારામ બાપા ની 225 મી જન્મ જયંતિ ની શોભા યાત્રામાં ભારત વિકાસ પરિષદ મહા વિજય શાખા, ડીસા શાખા દ્વારા સેવા કેમ્પ યોજાયો..
જલારામ બાપા ની 225 મી જન્મ જયંતિ ની શોભા યાત્રામાં ભારત વિકાસ પરિષદ મહા વિજય શાખા, ડીસા શાખા...
Redmi Note 13 Pro 5G नए और बोल्ड कलर में आज होगा लॉन्च, 200MP कैमरा और 5100mAh बैटरी से है लैस
शाओमी अपने यूजर्स के लिए Redmi Note 13 Pro 5G फोन पेश करता है। इस फोन में ग्राहकों को 200MP...