দৰং জিলাৰ বেছিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত দলগাও পঞ্চায়তৰ দলগাঁৱ গ শাখাৰ আত্মসহায়ক গোটৰ সদস্যাসকলে আজি "মোৰ মাটি মোৰ দেশ" শ্লোগান দি অমৃত কলহ যাত্ৰাৰ এটা ৰেলী উলিয়াই এই অমৃত কলহ যাত্ৰাত সকলো ঘৰৰ পৰা এমুঠি কৈ মাটি লৈ মোৰ মাটি মোৰ দেশ কাৰ্যসূচী সফল ৰূপায়ন কৰে।উক্ত কাৰ্যসূচীত দলগাওঁ পঞ্চায়তৰ জীৱিকা সখী ছালমা বেগম আৰু দলগাওঁ পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ সদস্যা ছাজিনা বেগমৰ লগতে আত্মসহায়ক গোটৰ সদস্যা সকলে উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিজেপি প্ৰাৰ্থী ভৈৰৱ দেউৰীৰ সমৰ্থনত ভোটাৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
তুংগত উঠিছে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। ৭ নং ৰজাবাৰী পৰিষদীয় সমষ্টিত...
મહુવા અનાવલ સ્ટેટ હાઇવે પર ત્રણ મોટર સાયકલ વચ્ચે સર્જાયો અકસ્માત.
મહુવા અનાવલ સ્ટેટ હાઇવે પર પુના ગામની સીમમાં ત્રણ મોટર સાયકલ વચ્ચે અકસ્માત સર્જાયો હતો વલવાડા...
BSNL का सबसे जबरदस्त प्लान, ₹300 से कम में 52 दिनों की वैलिडिटी के साथ मिलते हैं कॉलिंग और डेटा बेनिफिट
सरकारी टेलीकॉम कंपनी BSNL अपने अफोर्डेबल प्लान के चलते यूजर्स के बीच में काफी पॉपुलर है। बीएसएनएल...
ગુજરાતમાં સરકારી પરીક્ષા સ્થગિત રાખવાનો સિલસિલો હજુ પણ યથાવત
ગુજરાતમાં સરકારી પરીક્ષા સ્થગિત રાખવાનો સિલસિલો હજુ પણ યથાવત