আজি বিশ্ব নবী হজৰত মহম্মদৰ জন্মদিন । এই উপলক্ষে মছজিদ এ-ইমাম অহমদ ৰজা মৰাণ শান্তিপুৰ সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত মৰাণ নগৰৰ মাজেৰে 37 নংৰাষ্ট্ৰীয় ঘাই পথত এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় । সাতামপুৰুষীয়া সম্প্ৰীতি অটুট ৰখাৰ কামনাৰে উলিওৱা এই ধৰ্মীয় শোভাযাত্ৰাত প্ৰায় পাঁচ শতাধিক ৰাইজে অংশগ্ৰহন কৰে । শিৱসাগৰৰ এটি জিকিৰৰ দলেও অংশগ্ৰহন কৰে এই ধৰ্মীয় শোভাযাত্ৰাত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ढाका में इंडियन हाई कमीशन के सामने भारत विरोध-प्रदर्शन:BNP लीडर बोले- भारत ने हमसे चटगांव मांगा तो बंगाल, बिहार और ओडिशा वापस ले लेंगे
बांग्लादेश की राजधानी ढाका में बांग्लादेश नेशनलिस्ट पार्टी (BNP) ने रविवार को इंडियन हाई कमीशन के...
સિહોર શહેરમાં ગણેશ વિસર્જન કરવામાં આવ્યું હતું
ગાઇએ ગણપતિ જગવંદન...સિહોર સહિત સમગ્ર પંથકમાં આજે ગણપતિ મહોત્સવનું ગણેશ વિસર્જન સાથે સમાપન થયું છે...
राजस्थान विधानसभा में हुए घटनाक्रम पर बीजेपी प्रदेशअध्यक्ष का ट्वीट हुआ वायरल !
भारतीय जनता पार्टी की राजस्थान इकाई के नए अध्यक्ष मदन राठौड़ शपथ लेने के बाद से एक्टिव हो गए हैं....
নৱম স্থান লাভ কৰি নাজিৰাৰ নাম জিলিকাই তুলিলে ৱেদ একাদমিৰ কাশ্যপ গগৈয়ে
বিজ্ঞান শাখাত নৱম স্থানত নাজিৰা ৱেদ একাডেমীৰ কাশ্যপ গগৈ ।। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত...
બનાસકાંઠામાં ફરીથી જળ આંદોલન સક્રિય બને તેવા એંધાણ વર્તાઈ રહ્યાં
બનાસકાંઠામાં ફરીથી જળ આંદોલન સક્રિય બને તેવા એંધાણ વર્તાઈ રહ્યાં