"অসম চৰকাৰৰ হেমাহীৰ বাবেই অসমৰ ছয় জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা পোৱা নাই"। এই গুৰুতৰ অভিযোহ উত্থাপন কৰিছে অসম চাহ জনজাতি সুৰক্ষা সমিতিৰ সভাপতি বলদেৱ তেলীয়ে। আজি সোণাৰিৰ সমীপৰ খামলুং চাহ বাগিচাত অনুষ্ঠিত হোৱা কৰম সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা তেলীয়ে স্থানীয় সাংবাদিক সকলৰ আগত এই মন্তব্য কৰে। 

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं