দৰং জিলাৰ দলগাঁৱৰ অন্তৰ্গত বুড়িগাঁৱত গাঞ্জাসহ এজন যুৱকক আটক কৰে আৰক্ষীয়ে ৷ দলগাঁও আৰক্ষীয়ে গোপন সূত্ৰ পম খেদি এক অভিযান চলাই বুড়ীগাঁৱৰ পৰা ৬ কেজি গাঞ্জা জব্দ কৰাৰ লগতে As-01AY-7464 এখন বাইকৰ সৈতে এজন লোক আটক কৰে আৰক্ষীয়ে। আটকাধীন গাঞ্জা ব্যৱসায়ীজন পানীবাৰিৰ গলন্দী হাৱি গাঁৱৰ নজমুল হক বুলি জানিব পৰা গৈছে। দলগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহা পতঞ্জলি যোগ শিবিৰ আদৰ্শ যোগ শিবিৰ:-দিব্যজ্যোতি বৰুৱা।
যোবা ২৩আগষ্টত ৰহা মহেন্দ্ৰ নাথ হাজৰিকা স্মৃতি ভবনত অনুষ্ঠিত ৰহা পতঞ্জলি যোগ সমিতিৰ সপ্তম সংখ্যক...
PM Modi greets Congress president Mallikarjun Kharge on his 81st birthday
Mallikarjun Kharge is the first non-Gandhi family member to be the Congress president in more...
વિકાસયાત્રા અંતર્ગત કાર્યક્રમ
વિકાસયાત્રા અંતર્ગત કાર્યક્રમ
ડીસા નેશનલ મહાસભા પાર્ટીની શહેરમાં ભગવા રેલી યોજાઈ
ડીસા નેશનલ મહાસભા પાર્ટીની શહેરમાં ભગવા રેલી યોજાઈ