খোৱাং চাহ বাগিচাত আয়োজিত ২৮ সংখ্যক কৰম সন্মিলনত শতাধিক ৰাইজৰ সৈতে অংশ গ্ৰহন।কৰে ডিব্ৰুগড় জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি তথা ডিব্ৰুগড় উন্নয়ণ প্ৰাধিকৰনৰ অধ্যক্ষ অসীম হাজৰিকাই। উল্লেখ্যযেখোৱাং বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাংচালী পঞ্চায়তৰ খোৱাং চাহ বাগিচাৰ প্ৰেক্ষাগৃহত ২৮ সংখ্যক কৰম সন্মিলনৰ দ্বিতীয় দিনা আয়োজিত অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ উপ সভাপতি অসীম হাজৰিকা।তেওঁ উপস্থিত ৰাইজক সম্বোধন কৰি শুভেচ্ছা জ্ঞাপন কৰে।
খোৱাং বাগিচাত আয়োজিত কৰম সন্মিলনত নিশা শতাধিক ৰাইজৰ সৈতে অংশ গ্ৰহন কৰে ডিব্ৰুগড় জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ উপ সভাপতি অসীম হাজৰিকাই
