সোমবাৰে দিনৰ ৫বজালৈকে অনুষ্ঠিত এই অনুষ্ঠানত অসম চাহ মজদুৰ সংঘৰ সমুহ।চাহ।বাগিচাৰ প্ৰাথমিক গোটৰ সভাপতি হীৰু মুণ্ডা, অসম চাহ জনজাতি সন্থাৰ বামুনবাৰীউপ শাখাৰ সভাপতি নীহাল চাবাচি, সম্পাদক অজয় ঘাটোৱাৰ,মহিলা সমিতিৰ সভানেত্ৰী নমিতা ৰবিদাস, অসম তাতী সমাজ বামুনবাৰী আঞ্চলিক সমিতিৰ সভাপতি ৰাজেন চাবাচি, সম্পাদক ৰতন চাবাচি , সহ সম্পাদক দীপক চাবাচি লগতে সমুহ বামুনবাৰীৰ ৰাইজ আৰু বিভিন্ন দল সংগঠন উপস্থিত থাকে।