যুৱক-যুৱতী কিছুমানে কষ্ট কৰি খেল খেলে । খেলৰ বিনিময়ত তেওঁলোকক মেডেল আৰু চাৰ্টিফিকেট সমূহ দিয়ে । এই বিলাকে তেওঁলোকক উৎসাহীতহে কৰে । জীৱনৰ পিছৰ সময়ছোৱা অতি কষ্টৰে পাৰ কৰিব লগা হয় ।
সেয়ে এই যুৱক-যুৱতী সকলক চৰকাৰে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে । এই মন্তব্য কৰিছে আন্তঃৰাজ্যিক উশ্বু প্ৰতিযোগিতাত ব্ৰঞ্জ পদক লাভ কৰা তথা আলফা স্বাধীনৰ সমৰ্থনত সামাজিক মাধ্যমত মন্তব্য কৰি কাৰাবাস খাতিব লগা হোৱা মৰাণৰ প্ৰণিতা চুতীয়াৰ মাতৃৰ । প্ৰণিতাৰ মাতৃৰ মুখ্যমন্ত্ৰীলৈ আহ্বান এই খেলুৱৈ সকলৰ বাবে বিশেষ কুটা উলিয়াই তেওঁলোকক চৰকাৰী সংস্থাপন দিব লাগে