মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে কলা উৎসৱৰ আৰম্ভ । নবোদয় বিদ্যালয় সমিতি SHILLONG REGION ৰ অধীনৰ অসম, অৰুণাচল আৰু নগালেণ্ডৰ নবোদয় বিদ্যালয়সমূহে এই কাৰ্যসূচীত অংশগ্ৰহন কৰে । প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহন কৰি সাংস্কৃতিক প্ৰতিভা প্ৰদৰ্শন কৰে । কাইলৈ এই কলা উৎসৱৰ সামৰনি পৰিব ।