নাৰায়ণপুৰ ৰাজহ চক্ৰৰ উদ্যাপন কৰিবলগীয়া দেশৰ আজাদী কা অমৃত মহোৎসৱ আৰু স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি মঙ্গলবাৰে নাৰায়ণপুৰ ৰাজহচক্ৰটোৰ উদ্যোগত আৰু সকলো চৰকাৰী বিভাগৰ সহযোগত চক্ৰ বিষয়া সোণতৃষ্ণা ঘৰফলীয়াৰ নেতৃত্বত ৰাজহচক্ৰটোত উলিওৱা হয় এক বাইক ৰেলী ৷ নাৰায়ণপুৰ ৰাজহচক্ৰৰ পৰা আৰম্ভ হোৱা বাইক ৰেলীটো ধলপুৰ শিমলুগুৰি ৰঙতি ভোগপুৰ হৈ পুনৰ ৰাজহচক্ৰ কাৰ্যালয়ত সামৰণি মাৰে ৷ জনসাধাৰণৰ মাজত স্বাধীনতা দিৱসৰ উৎসাহ উদ্দীপনা আৰু সাহস বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতিখন বাইকত ৰাষ্ট্ৰীয় পতাকা উৰুৱাই চক্ৰ বিষয়াগৰাকীৰ নেতৃত্বত বাইক ৰেলী কৰা হয় ৷ চৰকাৰৰ এনে প্ৰদক্ষেপে জনসাধাৰণৰ মাজত স্বাধীনতা দিৱস উদ্যাপনৰ উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bajaj Finance Share Under Pressure | 4% की गिरावट के बाद आएगी Recovery? | Stocks Of The Day
Bajaj Finance Share Under Pressure | 4% की गिरावट के बाद आएगी Recovery? | Stocks Of The Day
કાલોલમાં ‘નેત્રમ વિશ્વાસ પ્રોજેક્ટ-૨’ અંતર્ગત એસપીના હસ્તે ૩ રૂમનુ લોકાર્પણ; ૮૪ કેમેરાથી સમગ્ર નગર ત્રીજી આંખની નજરમાં
છે.કાલોલ નગરની સુરક્ષા વ્યવસ્થાને વધુ સુદ્રઢ બનાવવાના આશય સાથે 'નેત્રમ વિશ્વાસ પ્રોજેક્ટ-૨'...
फरार वांछित अपराधियो के विरुद्ध बून्दी पुलिस की लगातार प्रभावी कार्यवाही* *लम्बे समय फरार स्थाई गिरफ्तारी वारन्टी फोरुलाल उर्फ भंवरलाल गिरफ्तार
जिला पुलिस अधीक्षक बून्दी राजेन्द्र कुमार मीणा ने बताया कि फरार वांछित अपराधियो की धरपकड़ हेतु...
श्रद्धा आफताव मामले पर लोगों से बातचीत।।
श्रद्धा आफताव मामले पर लोगों से बातचीत।।