নাৰায়ণপুৰৰ ঐতিহাসিক মাঘনোৱা দৌলত নামনি লখিমপুৰ ফুৰালুং সমাজৰ উদ্যোগত অহা ৩০ আৰু ৩১ ডিচেম্বৰত দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হ’ব খেক বান ফী পয় ৷ ১৯৯৭ চনৰে পৰা দৌলটোত অনুষ্ঠিত হৈ অহা খেক বান ফী পয় এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈছে ৷ যাৰবাবে মহা আড়ম্বৰতাৰে বান ফী পয় অনুষ্ঠিত কৰিবৰ বাবে নামনি লখিমপুৰ ফুৰালুং সমাজে এখন শক্তিশালী উদ্যাপন সমিতি গঠন কৰি লগতে উপ-সমিতি পাতি প্ৰস্তুতিত উঠিপৰি লাগিছে ৷ মংগলবাৰে বিয়লি উদ্যাপন সমিতিৰ উদ্যোগত দৌল প্ৰাঙ্গণত এখন সভা অনুষ্ঠিত কৰি উপ-সমিতিসমুহক দায়িত্ব অৰ্পণ কৰাৰ লগতে এটা কাৰ্যালয় শুভ উদ্ধোধন কৰে ৷ নামনি লখিমপুৰ ফুৰালুং সমাজৰ ১৯ টা শাখাৰ সক্ৰিয় সহযোগিতাত এইবাৰ বান ফী পয় মহা আড়ম্বৰতাৰে উদ্যাপন কৰিবলৈ সক্ষম হ’ব বুলি উদ্যাপন সমিতিৰ সভাপতি তথা সমাজকৰ্মী হৰেন গগৈয়ে জানিবলৈ দিয়াৰ লগতে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  ডবকাৰ হালধীআটীৰ এজন যুৱকক কেৰেলাত দুৰ্বত্বৰ আক্ৰমন ৷ জীৱন মৃত্যুৰে যুজিছে যুৱকজনে 
 
                      পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তৰ আক্ৰনৰ বলি হল অসমৰ যুৱক ৷ আক্ৰমৰ বলি হোৱা যুৱকজন ডবকাৰ হালধিআটীৰ মকবুল...
                  
   आचार संहिता का उल्लंघन भाजपा नेता के जुलूस में।  
 
                      जनपद आजमगढ़ में,आचार संहिता का उल्लंघन भाजपा नेता के जुलूस में।मालूम होकि जनपद आजमगढ़ अतरौलिया...
                  
    લઠ્ઠાકાંડને લઈને વડગામના ધારાસભ્ય જીગ્નેશ મેવાણીએ આપી  પ્રતિક્રિયા 
 
                      #buletinindia #gujarat #ahmedabad
અમારી યુટ્યુબ ચેનલને લાઈક, શેર અને સબ્સ્ક્રાઇબ કરો અને અમારી...
                  
   
  
  
  
   
  