ঢকুৱাখনাৰ বৰবিলত শ্ৰমিক কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্রস্ত
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰিল বাহনখন
দুৰ্ঘটনাটোত আহত হয় বাহনখনৰ চালকসহ ১১গৰাকীকৈ শ্ৰমিক
আহতসকলক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়