ৰাজ্যজুৰি অব্যাহত ‘অমৃত কলহ যাত্ৰা’। ‘মোৰ মাটি মোৰ দেশ’ শীৰ্ষক কাৰ্যসূচীৰে মৰাণ পৌৰসভা এলেকাত ৰূপায়ণ কৰা এই শোভাযাত্ৰাত অংশগ্ৰহন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে । চৰাইদেউ জিলাৰ মৰাণ পৌৰসভাৰ অন্তৰ্গত জ্যোতিপুৰ ৬ নং ৱাৰ্ডত এই কাৰ্যসূচী শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে । প্ৰতিটো বাসগৃহৰ পৰা এমুঠিকৈ মাটি সংগ্ৰহ কৰা হ’ব । ইয়াৰ এটা কলহ মাটি নতুন দিল্লীৰ 'অমৃত বাটিকা' উদ্যানৰ বাবে প্ৰেৰন কৰা হব । আনহাতে, আন এটা কলহ মাটি গহপুৰত স্থাপন হবলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ ভূমি পূজনৰ বাবে প্ৰৰন কৰা হব । কাৰ্যসূচীত মৰাণ পৌৰসভাৰ সকলো বিষয়-ববীয়া, ৱাৰ্ড সদস্য-সদস্যা আৰু দলীয় বিষয়-ববীয়াসকলে অংশগ্ৰহন কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सुदामा सेवा संस्थान में इनर व्हील क्लब की ओर से वृद्ध जनों के लिए स्वास्थ्य जांच शिविर का हुआ आयोजन
बूंदी । शहर के नैनवा रोड स्थित सुदामा सेवा संस्थान आसरा में इनर व्हील क्लब द्वारा वृद्ध आश्रम में...
आदिवासी: दलित: क्रांति सेना पन्ना जिले की पवई विधानसभा कांग्रेस से टिकट के लिए करेगी दावेदारी
संगठन के पदाधिकारियों मैं योग्य प्रत्याशी करेगा दबेदारी
कांग्रेस के अलावा भाजपा छोड़ अंन्य दल से भी चुनाव सगठन लड़ सकता हैं।
पन्ना जिले...
ಬೆಂಗಳೂರಿನಲ್ಲಿ ನಡೆದ ವಿಪಕ್ಷಗಳ "ಮಹಾ ಮೈತ್ರಿಕೂಟ" ಸಮಾವೇಶದಲ್ಲಿ ಹಲವು ಪಕ್ಷಗಳ ನಾಯಕರು ಭಾಗಿಯಾಗಿದ್ದರು.
ಬೆಂಗಳೂರಿನಲ್ಲಿ ನಡೆದ ವಿಪಕ್ಷಗಳ "ಮಹಾ ಮೈತ್ರಿಕೂಟ" ಸಮಾವೇಶದಲ್ಲಿ ಹಲವು ಪಕ್ಷಗಳ ನಾಯಕರು ಭಾಗಿಯಾಗಿದ್ದರು.
Parliament Session: सपा ने इंडी गठबंधन को दिया बड़ा झटका, संसद में गतिरोध पर ये क्या बोल गईं रेणुका चौधरी?
नई दिल्ली। संसद का शीतकालीन सत्र जारी है। आज भी संसद के बाहर विपक्ष का जोरदार हंगामा भी...