ভাৰতীয় জনতা যুৱ মৰ্চা, ঢকুৱাখনা জিলা সমিতিৰ উদ‍্যোগত ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ আয়োজন।

 ভাৰতীয় জনতা যুৱ মৰ্চা, ঢকুৱাখনা জিলা সমিতিৰ,IQAC,NSS হাৰ্হি মহাবিদ্যালয়ৰ উদ্যোগত ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত এক ৰক্তদান কাৰ্যসূচী গ্ৰহণ কৰা হয়।

আয়ুস্মান ভৱ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি এটি ৰক্তদান শিবিৰ আয়োজন কৰা হৈছে। 

উক্ত কাৰ্যসূচীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ জিলা, মণ্ডল আৰু IQAC,NSS হাৰ্হি মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰী উপস্থিত থাকে।

উক্ত ব্যক্তি সকলে ৰক্তদান দি মহৎ পৰিচয় দাঙি ধৰে।