আজি ২০ চেপ্তেম্বৰ৷নলবাৰী জিলাৰ বৰভাগত আজি শ্বহীদ মকুন্দ কাকতিৰ ৮২ সংখ্যাক স্মৃতি দিৱস উদযাপন কৰে৷তদুপলক্ষে শ্বহীদ গৰাকীৰ জন্ম গাওঁ বৰভাগৰ সোনকাণিত দুদিনীয়াকৈ শ্বহীদ দিৱস উদযাপন কৰে৷তদুপলক্ষে বিভিন্ন খেলধেমালি,চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰে৷শ্বহীদ দিবসৰ লগত সংগতি ৰাখি আজি সন্ধিয়া এক আকৰ্ষনীয় সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে৷ইয়াৰোপৰি অঞ্চলটোৰ ৰনাকুছিত অৱস্থিত শ্বহীদ মকুন্দ কাকতি বিদ্যাপীঠ হাইস্কুলটো দিনজোৰা কাৰ্য্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰে৷তদুপলক্ষে পূৱা পতাকা উত্তোলন,শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন,মাল্যাৰ্পণৰ উপৰিও এখন স্মৃতিচাৰন সভাৰো আয়োজন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कन्नौज :- शिक्षा ही बच्चों का जीवन आधार #kannaujnews
कन्नौज :- शिक्षा ही बच्चों का जीवन आधार #kannaujnews
चुनाव आयोग पर हमलावर हुए Jairam Ramesh, कहा- नोटिस Rahul को ही क्यों, PM और गृहमंत्री पर उठाए सवाल
चुनाव आयोग पर हमलावर हुए Jairam Ramesh, कहा- नोटिस Rahul को ही क्यों, PM और गृहमंत्री पर उठाए सवाल
Sri Hanuman Janmotsav Kharupetia Ayodhya Mandir in View
Sri Hanuman Janmotsav Kharupetia Ayodhya Mandir in View
ইজিপ্তৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক
ইজিপ্তৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক
#NarendraModi...