বাৰবৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰৰ পদ্মআতা জন্মস্থান শ্ৰীশ্ৰী শক্ৰাহী সত্ৰত বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ লগত সংগতি ৰাখি এমাহ যোৰাকৈ অনুষ্ঠিত হৈছে শংকৰী কৃষ্টি তথা সত্ৰীয়া কৰ্মশালা ৷ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰা কৰ্মশালাখনত বৰগীত , কৃষ্ণ নৃত্য , মাটি আখৰা , ঝুমুৰা নৃত্য , চালি নাচ , খোলবাদন আদি শিক্ষা প্ৰদান কৰা হৈছে ৷ ছাত্ৰ ছাত্ৰীক শংকৰী কলা কৃষ্টিৰ লগত পৰিচয় ঘটোৱাৰ উদ্দেশ্যে সত্ৰখনৰ নামঘৰীয়া পুনেশ্বৰ শইকীয়াৰ পৰিচালনাত শতাধিক শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰি আহিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোলাঘাট জিলাৰ কৃষিভূমি পৰিদৰ্শন অসম কৃষি আয়োগৰ।
গোলাঘাট জিলাৰ কৃষিভূমি পৰিদৰ্শন অসম কৃষি আয়োগৰ।
ৰাজ্য চৰকাৰে বাণিজ্যিক কৃষি উৎপাদনৰ বিকল্প...
Moon Mission : जापान का जो यान चांद पर गया था, उसने एक कमाल कर दिखाया है... (BBC Hindi)
Moon Mission : जापान का जो यान चांद पर गया था, उसने एक कमाल कर दिखाया है... (BBC Hindi)
বিদ্যালয় একত্ৰিতকৰণৰ সিদ্ধান্তক বিৰোধিতাৰে লাহোৱাল শিক্ষা খণ্ডৰ কাৰ্যালয়ত তলা বন্ধ চুতীয়া ছাত্ৰ সন্থাৰ
ডিব্ৰুগড়, ১ ছেপ্টেম্বৰঃ দুখন বিদ্যালয়ক একত্ৰিতকৰণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক বিৰোধিতা কৰি আজি...
मंगलदे में सिहरणकारी घटना : पति ने पत्नी को दाव से काटा : पत्नी को मृत समझ पति ने किया आत्महत्या
मंगलदे में सिहरणकारी घटना : पति ने पत्नी को दाव से काटा : पत्नी को मृत समझ पति ने किया आत्महत्या