নলবাৰী জিলাৰ অন্যতম ক্ৰীড়ানুষ্ঠান বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত আয়োজিত ৩৫ তম বৰ্ষৰ প্ৰথমবাৰ্ষিক প্ৰবীন চন্দ্ৰ শইকীয়া আৰু পুস্পলতা শইকীয়া সোৱঁৰণী প্ৰাইজমাণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চৰাইবাহী ২৪ বেটেলিয়ন বনাম বৰভাগ আঞ্চলিক এফ চি কমাৰকুছিৰ মাজত অনুষ্ঠিত হয়৷আজিৰ খেলত বৰভাগ আঞ্চলিক এফ চিয়ে চৰাইবাহী ২৪ বেটেলিয়নক ৩-২ গলত পৰাস্ত কৰি চেমিফাইনেলত প্ৰবেশ কৰে৷খেলখন প্ৰথমাৰ্ধৰ পৰা উত্তেজনা পূৰ্ণ হৈ পৰিছিল৷আজিৰ খে উপভোগ কৰিবলৈ কেইবাজনো বিশিষ্ট লোকক আমন্ত্ৰণ জনাইছিল৷সেইসকল ব্যক্তিক খেলৰ পুৰ্বে গামোছাৰে আদৰণি জনাই৷আদৰণি অনুষ্ঠানৰ আতধৰে খেল পৰিচালনা সমিতিৰ সভাপতি তবিবৰ ৰহমানে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आदित्य भंडारी बने मालवा महासंघ जिला संयोजक
आदित्य भंडारी बने मालवा महासंघ जिला संयोजकबूंदी। श्री जैन श्वेतांबर मालवा महासंघ के...
আৰম্ভ হল আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত মহাবিদ্যালৰ সোণালী
আৰম্ভ হল আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত মহাবিদ্যালৰ সোণালী...
આગામી 5 દિવસ રાજ્યમાં વરસાદની શક્યતા નહિવત | MantavyaNews
આગામી 5 દિવસ રાજ્યમાં વરસાદની શક્યતા નહિવત | MantavyaNews
જસદણ તાલુકાની શ્રી કુમાર તાલુકા શાળામાં 10 ઓગસ્ટ ના રોજ વિશ્વ સિંહ દિવસની ઉજવણી કરવામાં આવી.
જસદણ તાલુકાની શ્રી કુમાર તાલુકા શાળામાં 10 ઓગસ્ટ ના રોજ વિશ્વ સિંહ દિવસની ઉજવણી કરવામાં આવી.
पुण्यात ताकद वाढवण्यासाठी स्वतः मुख्यमंत्री मैदानात? Eknath Shinde Vs Uddhav Thackeray Election 2022
पुण्यात ताकद वाढवण्यासाठी स्वतः मुख्यमंत्री मैदानात? Eknath Shinde Vs Uddhav Thackeray Election 2022