বাৰবৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰৰ পদ্মআতা জন্মস্থান শ্ৰীশ্ৰী শক্ৰাহী সত্ৰত বিদ্যালয়ৰ  গ্ৰীষ্ম বন্ধৰ লগত সংগতি ৰাখি এমাহ যোৰাকৈ অনুষ্ঠিত হৈছে শংকৰী কৃষ্টি তথা সত্ৰীয়া কৰ্মশালা ৷ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰা কৰ্মশালাখনত বৰগীত , কৃষ্ণ নৃত্য , মাটি আখৰা , ঝুমুৰা নৃত্য , চালি নাচ , খোলবাদন আদি শিক্ষা প্ৰদান কৰা হৈছে ৷ ছাত্ৰ ছাত্ৰীক শংকৰী কলা কৃষ্টিৰ লগত পৰিচয় ঘটোৱাৰ উদ্দেশ্যে  সত্ৰখনৰ নামঘৰীয়া পুনেশ্বৰ শইকীয়াৰ পৰিচালনাত শতাধিক শিক্ষাৰ্থীয়ে  শিক্ষাগ্ৰহণ কৰি আহিছে ৷ 

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं