নলবাৰী ঘগ্ৰাপাৰত শনিবাৰে আবেলি ৰেলৰ খুন্দাত নিহত হোৱা যুৱকৰ নশ্বৰ দেহ আজি আবেলি শহস্ৰাধিক লোকৰ উপস্থিতিত সৎকাৰ কৰে৷উল্লেখ্য যে শনিবাৰে আবেলি ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত চতমা গাৱঁৰ নামখালা চুবুৰিৰ কৌশিক শৰ্মা নামৰ ২৬ বছৰীয়া যুৱক এজন দ্ৰুতবেগি ৰেলৰ খুুন্দাত নিহত হৈছিল৷যুৱকজন চুবুৰিটোৰ এ এছ ই বিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নৰেশ্বৰ শৰ্মাৰ একমাত্ৰ পুত্ৰ সন্তান আছিল৷অতিপাত জনপ্ৰিয় যুৱকজনৰ মৃত্যুক অঞ্চলবাসীয়ে সহজ ভাবে লব পৰা নাই৷সেয়েহে সকলোৱে শেষবাৰৰ বাবে এবাৰ চোৱাৰ বাবে ভিৰ কৰে নামখালাত৷সকলোৰে চকুত চকুপানী৷নিৰবে উচুপিছে শহস্ৰাধিকে৷অলপতে জি এম চি এইছত কৰ্মসংস্থাপন হোৱা যুৱক জনৰ মৃত্যুৰ বাতৰিয়ে জি এম চি এইছটো শোকৰ ছা পৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  18 माह से फरार लुटेरी दुल्हन सहित दो दलाल गिरफ्तार। 
 
                      जिला पुलिस अधीक्षक बून्दी  हनुमान प्रसाद ने बताया कि मुल्जिमान समना शर्मा, सविता चावरे, लखन...
                  
   વાડીયા ગામે સ્થાનિકો વચ્ચે મારામારીનો વીડિયો થયો વાયરલ... 
 
                       
થરાદ નું દેહ વ્યાપાર માં બદનામ વાડિયા ગામે ધમાચકડી...
 
અંગત અદાવત માં વાડિયા ગામે...
                  
   फेडरेशन का इवेंट इंडस्ट्री का गठन, सामाजिक सरोकारों से जुड़े कार्यक्रम करेंगे 
 
                      नवगठित फेडरेशन ऑफ इवेंट इंडस्ट्रीज कोटा द्वारा एक नवाचार करने का संकल्प लिया गया है। फेडरेशन...
                  
   
  
  
  
 