আজি আবেলি সময়ত নলবাৰী জিলাৰ ঘগ্ৰাপাৰত এজন যুৱকে ৰেললাইন অতিক্ৰম কৰিবলৈ লোৱাত হঠাতে অহা এখন দ্ৰুতবেগি ৰেলে খুন্দিৱাৰ ফলত যুৱক জন ঠাইতে নিহত হয়৷নিহত যুৱক জন দেহাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত চতমা গাৱঁৰ নামখালা চুবুৰিৰ বিদ্যুত পৰিষদৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নৰেশ্বৰ শৰ্মাৰ পুত্ৰ কৌশিক শৰ্মা(২৬)বুলি জানিব পৰা গৈছে৷ইতিমধ্যে যুৱক জনৰ মৃতদেহ ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷বাতৰি লিখা সময়লৈকে যুৱকজনৰ মৃতদেহ জন্ম গাওঁ আহি পোৱা নাই বুলি জানিব পৰা গৈছে৷অতিপাত সৰবৰহী যুৱক জনৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোক শোকস্তব্ধ কৰি তুলিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha Election Saran Voting: सारण सीट पर Rajiv Pratap Rudy और Rohini Acharya के बीच मुकाबला
Lok Sabha Election Saran Voting: सारण सीट पर Rajiv Pratap Rudy और Rohini Acharya के बीच मुकाबला
Taiwan Election : क्या सत्ता में बदलाव से बदलेंगे China से रिश्ते? (BBC Duniya with Sarika)
Taiwan Election : क्या सत्ता में बदलाव से बदलेंगे China से रिश्ते? (BBC Duniya with Sarika)
ಬೆಂಗಳೂರಿನ ಕಂಠೀರವ ಒಳಾಂಗಣ ಕ್ರೀಡಾಂಗಣದಲ್ಲಿ ಇಂದು "ವಿಶ್ವ ಪರಿಸರ ದಿನಾಚರಣೆ" ಕಾರ್ಯಕ್ರಮ ನಡೆಯಿತು.
ಜುಲೈ 3, 2024
ಬೆಂಗಳೂರಿನ ಕಂಠೀರವ ಒಳಾಂಗಣ ಕ್ರೀಡಾಂಗಣದಲ್ಲಿ ಇಂದು "ವಿಶ್ವ ಪರಿಸರ ದಿನಾಚರಣೆ"...
જિલ્લાની પ્રાથમિક શાળાઓના શિક્ષકોને રસીકરણ કરવા અંગે સૂચના આપી
જિલ્લાની પ્રાથમિક શાળાઓના શિક્ષકોને રસીકરણ કરવા અંગે સૂચના આપી