ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহচক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰণিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্টাত ৰখাই থোৱা বাহনত খুন্দা মাৰি AS17C5377 নম্বৰৰবাহনৰ চালকজন গুৰুতৰ ভাৱে আহত হয়। আহত ট্ৰাক চালক জনক ডিমৌ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।জানিব পৰা মতে ৰৈথকা এখন বাহনত খুন্দামাৰি ট্ৰাকখন দূৰ্ঘটনাগ্ৰস্ত হয়। এই দূৰ্ঘটনাত ট্ৰাক খনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। ঘটনা স্থলীত উপস্থিত হৈ আৰক্ষী দলে ট্ৰাকখন থানাত আনি জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दुर्गा शंकर मीना होंगे टोंक ADM आज जारी 183 RAS अधिकारियो की तबादला सूची मे हुआ तबादला. सुरेश चौधरी होंगे टोंक मे हीं भू प्रबंध अधिकारी.
टोंक. जिले मे अतिरिक्त जिला कलेक्टर और मजिस्ट्रेट का प्रभार अब दुर्गा शंकर मीना संभालेगे वो...
‘मुसलमान टारगेट’ Modi के ‘मुस्लिम-मंगलसूत्र’ बयान पर UP के Sambhal में क्या बोले लोग? Election 2024
‘मुसलमान टारगेट’ Modi के ‘मुस्लिम-मंगलसूत्र’ बयान पर UP के Sambhal में...
आत्मा का सच्चा रक्षक है परमपिता:बीके शिवली दीदी
निम्बाहेड़ा
फ़रीद खान
आत्मा का सच्चा रक्षक है परमपिता परमात्मा भोलानाथ बीके आशा दीदी।
...
ৰহা ৰহদৈ কবি মঞ্চ ৰ৩১তম্ প্ৰতিষ্ঠা দিৱস পালন।
কবিতা পাঠ,গীতেৰে মুখৰিত ।
ৰহাত আজি এদিনীয়া কাৰ্য্যসূচীৰে ৰহা ৰহদৈ কবি মঞ্চ ৰ ৩১তম্ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।
...