ডিব্ৰুগড়।জিলাৰ মৰাণ আৰক্ষী থানা সমিতিৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ উপলক্ষে শুকুৰবাৰে মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত গাঁও ৰক্ষী বাহিনী সমুহক গছপুলি বিতৰণ কৰা হয়। এশ ছাব্বিশটা গাঁও ৰক্ষী বাহিনীক মুঠ পোন্ধৰশ গছপুলি বিতৰণ কৰাহয়। গছ পুলি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পঙ্কজ উপাধ্যায় আৰু আৰক্ষী চক্ৰ পৰিদৰ্শক নীল কমল বৰুৱাই। আগন্তুক ১৭ চেপ্টেম্বৰত এক কোটি গছ পুলি ৰূপনেৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ অংশ হিচাবে আজি মৰাণৰ আৰক্ষী থানাত গছপুলি বিতৰণ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনিচুকীয়াৰ ডিগবৈ বন সংমণ্ডল আৰু ডুমডুমা বন সংমণ্ডলত ফেন্সিং বেৰা নিৰ্মাণত বৃহৎ অনিয়ম অভিযোগ#news
তিনিচুকীয়াৰ ডিগবৈ বন সংমণ্ডল আৰু ডুমডুমা বন সংমণ্ডলত ফেন্সিং বেৰা নিৰ্মাণত বৃহৎ অনিয়ম অভিযোগ#news
મહુવા ફાતિમા સોસાયટીમાં ઇલેક્શનના it વિભાગના ચૂંટણી ઓબ્ઝર્વર સહિત પોલીસ કાફલા સાથે રેઈડ.
મહુવા ફાતિમા સોસાયટીમાં ઇલેક્શનના it વિભાગના ચૂંટણી ઓબ્ઝર્વર સહિત પોલીસ કાફલા સાથે રેઈડ.
हफ्ते में 70 घंटे काम करने की सलाह के बाद Ola के सीईओ Bhavish Aggarwal ने युवाओं को दी ये फैशन टिप
Ola CEO Bhavish Aggarwal Interview Ola के सीईओ भाविश अग्रवाल ने हाल में दिए एक इंटरव्यू में...
કાલોલ પોલીસે કાતોલ પાટિયા પાસે વિદેશી દારૂનો જથ્થો લઈ જતી કાર ઝડપી ૧૦.૧૯ લાખનો મુદામાલ કબજે કર્યો
કાલોલ પોલીસે કાતોલ પાટિયા પાસે વિદેશી દારૂના જથ્થા સાથે ક્રેટા કાર ઝડપી ૧૦.૧૯ લાખનો મુદ્દામાલ...
সাপেখাতি মহাবিদ্যালয়ত উৰিল এ বি ভি পিৰ পতাকা
সাপেখাতি মহাবিদ্যালয়ত উৰিল এ বি ভি পিৰ পতাকাসা
আজি অনুষ্ঠিত হোৱা সাপেখাতি মহাবিদ্যালয়ৰ ছাত্ৰ...