ডিব্ৰুগড়।জিলাৰ মৰাণ আৰক্ষী থানা সমিতিৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ উপলক্ষে শুকুৰবাৰে মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত গাঁও ৰক্ষী বাহিনী সমুহক গছপুলি বিতৰণ কৰা হয়। এশ ছাব্বিশটা গাঁও ৰক্ষী বাহিনীক মুঠ পোন্ধৰশ গছপুলি বিতৰণ কৰাহয়। গছ পুলি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পঙ্কজ উপাধ্যায় আৰু আৰক্ষী চক্ৰ পৰিদৰ্শক নীল কমল বৰুৱাই। আগন্তুক ১৭ চেপ্টেম্বৰত এক কোটি গছ পুলি ৰূপনেৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ অংশ হিচাবে আজি মৰাণৰ আৰক্ষী থানাত গছপুলি বিতৰণ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কলেজৰ দিনৰ শ্বাহৰুখ খানৰ পুৰণি হাতে লিখা ৰচনাৰ পিক ভাইৰেল
কলেজত পঢ়ি থাকোঁতে লিখা শ্বাহৰুখ খানৰ এখন পুৰণি হাতে লিখা ৰচনা পোহৰলৈ আহিছে। "মই সদায়...অনুকৰণ...
दिल्ली-NCR में सुबह-सुबह जोरदार बारिश, नोएडा के सभी स्कूल बंद; दिल्ली-मेरठ एक्सप्रेसवे पर भरा पानी
बारिश से दिल्ली-एनसीआर में कई जगह जलजमाव
दिल्ली-एनसीआर में सुबह हुई जोरदार बारिश से कई...
જસદણ તાલુકાના વીસીઈ દ્વારા ધારાસભ્ય ને આવેદનપત્ર આપવામાં આવ્યું
જસદણ તાલુકાના વીસીઈ દ્વારા ધારાસભ્ય ને આવેદનપત્ર આપવામાં આવ્યું
ભારે વરસાદને લઈને તળાજાની નદીઓમાં ઘોડાપૂર
ભારે વરસાદને લઈને તળાજાની નદીઓમાં ઘોડાપૂર