শিৱসাগৰ আমোলাপট্টি প্ৰাথমিক বিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱ বৰ্ষযোৰা কাৰ্য্যসূচীৰে আজি ১০/৯/২০২৩ তাৰিখৰ পৰা আৰম্ভ হয়।সোনালী জয়ন্তীবৰ্ষৰ বৰ্ষজোৰা কাৰ্য্যক্ৰমনিকাৰ শুভাৰম্ভ ৫০খন পতাকা উত্তোলনৰে কৰা হয়।পুৱা পৰিবেশ নিকাকৰণ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গছপুলি ৰোপন, প্ৰতিষ্ঠাকালৰ প্ৰধান শিক্ষয়ত্ৰী মিনু বৰঠাকুৰৰদ্বাৰা বন্তি প্ৰজ্জ্বলন, স্মৃতি চাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক তথা শিক্ষাবিদ মনোজ বৰঠাকুৰে। বিয়লি দুই বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভা আকাশবানী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠিত কণ্ঠ শিল্পী তথা শিক্ষাবিদ প্ৰনতী বৰুৱাৰ পৰিচালনাত এটি সমদল গীতেৰেআৰম্ভ কৰাহয়।মুকলি সভাখনি উদ্বোধন কৰে সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সাধাৰণ সম্পাদক মোহন চন্দ্ৰ দত্তই। মুকলি সভাত মুখ্য অতিথিৰ আসন গ্ৰহন কৰে শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰ জ্যোতি মহন্তই। মুখ্য অতিথিৰ ভাষণত বৰ্তমানৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আাধাৰত হ'বলগা শিক্ষাব্যৱস্থাৰ বিষয়ে শিক্ষক আৰু অভিভাৱক সকলক এটি চমু আভাষ অৱগত কৰায়। সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকেশিৱসাগৰ নগৰ উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ তথা অৱসৰ প্ৰাপ্ত শিক্ষাবিদ প্ৰকাশ কটকী, অধিবক্তা দিলীপ বৰুৱা, ভাৰতীয় কৃষি গৱেষণা অনুসন্ধান পৰিষদৰ অৱসৰ প্ৰাপ্ত পৰিচলক চন্দন ৰাজখোৱা আৰু বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।সন্ধ্যা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে কণ্ঠশিল্পী প্ৰনতী বৰুৱাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અસામાજિક તત્વોએ પત્રકાર પર કર્યો હુમલો
#buletinindia #gujarat #F.I.R #Ankleshwar #police
मयेकर महाविद्यालयात 'फूड फेस्टिवल' महोत्सवात विविध पदार्थाचे प्रदर्शन
रत्नागिरी : मोहिनी मुरारी संस्थेचे संस्थापक कै. डॉ. नानासाहेब मयेकर यांच्या जयंतीनिमित्त मोहिनी...
হোজাইত বিয়লি ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
হোজাইত সোমবাৰে বিয়লি সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।কালিনগৰ অঞ্চলৰ এঘৰত সংঘটিত হোৱা...
Jharkhand Paper Leak में क्या पत चल गया? जामताड़ा, धनबाद में छात्रों का हंगामा | JPSC Paper Leak
Jharkhand Paper Leak में क्या पत चल गया? जामताड़ा, धनबाद में छात्रों का हंगामा | JPSC Paper Leak
काय ते शहाजी बापू, काय तो मावा, समदं वास मारतंय
सोलापूर - काय ते शहाजी बापू पाटील काय त्यांच्या तोंडात मावा, बाजूला बसल्यावर समदं वास मारतंय, अशा...