।ঘিলামৰাৰ সঁকপৰা বলাহিত প্ৰৱল বৰষুণৰ মাজতে প্ৰচণ্ড বজ্ৰপাত। কথমপি ৰক্ষা পৰিল এটা পৰিয়াল। ঘৰত বজ্ৰপাত পৰি বৈদ্যুতিক সামগ্ৰী নষ্ট।

ঘিলামৰাৰ সঁকপৰা বলাহিত দেওবাৰে পুৱা 4 মান বজাত প্ৰৱল বৰষুণৰ মাজতে প্ৰচণ্ড বজ্ৰপাত। 

ঘিলামৰাৰ সঁকপৰা বলাহি অজয় গগৈ নামৰ লোক জনৰ ঘৰত বজ্ৰপাত পৰি বৈদ্যুতিক সামগ্ৰী 

ঘৰৰ বৰ্দ,লাইট মটৰ,ফেন, আদি সামগ্ৰী নষ্ট হয়। 

কথমপি ৰক্ষা পৰিল এটা সকপৰা বলাহিৰ অজয় গগৈ নামৰ লোক জনৰ পৰিয়াল।