লক্ষীমপুৰ জিলা সদৰত মঙলবাৰে বিদ্যুত বিভাগৰ বিৰুদ্ধে ত্ৰীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মী সকলে। উৎকট গৰমৰ এই কেইটা দিনত লক্ষীমপুৰ জিলাৰ সৰ্বত্ৰে বিদ্যুতৰ সঘন লুকাভাকুৱে বাৰুকৈ জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক। সেয়ে বিদ্যুতৰ নিয়মীয়া যোগান ধৰাৰ দাবীৰে অসম শক্তি বিতৰক কোম্পানীৰ লক্ষীমপুৰস্থ কাৰ্য্যালয়ৰ সন্মুখত দীৰ্ঘ সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মী সকলে। দাহ কৰিলে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Samsung Galaxy A15 पर अच्छी बचत का मौका, कंपनी ने घटा दिए सभी वेरिएंट के दाम; चेक करें नया प्राइस
सैमसंग गैलेक्सी A15 5G के तीनों स्टोरेज वेरिएंट की कीमतों में अच्छी-खासी कटौती हुई है। लॉन्च के...
Atique Ahmed Son Video: वायरल हो रहा 7 साल पुराना वीडियो, अतीक का बेटा कर रहा धुआंधार Firing
अतीक अहमद के परिवार का एक और वीडियो तेज़ी से वायरल हो रहा है। इस वीडियो में अतीक का भाई अशरफ और...
છાયા ગામના યુવાનને શખ્સે લાફા માર્યા
છાયા ગામના યુવાનને શખ્સે લાફા માર્યા
ભાવનગર માં બે દિવસમાં હત્યાનો બીજો બનાવ,રૂપાણી વિસ્તારમાં પતિએ કરી પત્નીની હત્યા.
ભાવનગર માં બે દિવસમાં હત્યાનો બીજો બનાવ,રૂપાણી વિસ્તારમાં પતિએ કરી પત્નીની હત્યા.