লক্ষীমপুৰ জিলা সদৰত মঙলবাৰে বিদ্যুত বিভাগৰ বিৰুদ্ধে ত্ৰীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মী সকলে। উৎকট গৰমৰ এই কেইটা দিনত লক্ষীমপুৰ জিলাৰ সৰ্বত্ৰে বিদ্যুতৰ সঘন লুকাভাকুৱে বাৰুকৈ জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক। সেয়ে বিদ্যুতৰ নিয়মীয়া যোগান ধৰাৰ দাবীৰে অসম শক্তি বিতৰক কোম্পানীৰ লক্ষীমপুৰস্থ কাৰ্য্যালয়ৰ সন্মুখত দীৰ্ঘ সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মী সকলে। দাহ কৰিলে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking: 'कोई गड़बड़ी नहीं करेंगे...', Sambhal में थाने पहुंचकर 600 हिस्ट्रीशीटरों ने खाई कसम
Breaking: 'कोई गड़बड़ी नहीं करेंगे...', Sambhal में थाने पहुंचकर 600 हिस्ट्रीशीटरों ने खाई कसम
PORBANDAR પાકિસ્તાનના કબ્જામાં રહેલા ભારતીય બોટ માછીમારોને છોડાવવા માંગ 13 11 2022
PORBANDAR પાકિસ્તાનના કબ્જામાં રહેલા ભારતીય બોટ માછીમારોને છોડાવવા માંગ 13 11 2022
त्रिपुरा और नागालैंड विधानसभा चुनाव: भाजपा की जीत पर जश्न में डूबे कार्यकर्ता, नगाड़े बजाए और मिठाई बांटी
भाजपा ने पूर्वोत्तर के राज्यों त्रिपुरा और नागालैंड के विधानसभा चुनाव में जीत दर्ज की है। पार्टी...
প্ৰকৃততে মুখ্যমন্ত্ৰীৰ সমষ্টিত হৈছে কি ?
প্ৰকৃততে মুখ্যমন্ত্ৰীৰ সমষ্টিত হৈছে কি ?