অহা ২৭ অক্টোবৰত শিৱসাগৰ যুৱদলৰ প্ৰতিষ্ঠা দিৱস। বিভিন্ন অনুষ্ঠানৰ সমান্তৰালকৈ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যুৱদলৰ সাংস্কৃতিক বিভাগৰ অধীনত বিশিষ্ট নাট্যশিল্পী প্ৰশান্ত শৰ্মাৰ মুখ্য পৰিচালনাত মঞ্চস্থ হ’বলগীয়া নাটক "বিষয় হ’ব প্ৰেম"ৰ আজি শিক্ষক দিৱসৰ দিনাই সন্ধিয়া শুভ মহুৰত অনুষ্ঠিত হয় ৷ সাংস্কৃতিক বিভাগৰ সম্পাদিকা কল্যাণী বৰুৱাই পৰিচালনা কৰা অনুষ্ঠানটি বন্তি প্ৰজ্বলন কৰি মুকলি কৰে শিৱসাগৰ যুৱদলৰ প্ৰাক্তন সভাপতি তথা উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই ৷ আনহাতে একেতা অনুষ্ঠানতে সাংস্কৃতিক বিভাগৰ সভাপতি দেৱ হাজৰিকাই যুৱদলৰ শীৰ্ষ সমবেত সংগীতৰ আখৰাও শুভাৰম্ভণি কৰে ৷ উক্ত অনুষ্ঠানত যুৱদলৰ সভাপতি পূৰ্ণকান্ত বৰা, সম্পাদক অৰ্ণৱ ৰঞ্জন চাংমাইৰ লগতে নাটকত অভিনয় কৰা শিল্পীসকল আৰু শিৱসাগৰ যুৱদলৰ ন-পুৰণি সদস্য-সদস্যাসকল উপস্থিত থাকে ৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಎನ್ವಿಗ್ರೀನ್ ಕಂಪನಿಯ ಸಂಸ್ಥಾಪಕ ಹಾಗೂ ವ್ಯವಸ್ಥಾಪಕ ನಿರ್ದೇಶಕರಾದ ಅಶ್ವಥ್ ಹೆಗಡೆ ಅವರ ವಿರುದ್ಧ ವಂಚನೆ ಆರೋಪ ಕೇಳಿಬಂದಿದೆ.
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಎನ್. ನೀಲಿಮಾ, ಬಾಲಾಜಿ ಹಾಗೂ ಸೆಲ್ವಮಣಿ ಎಂಬುವರು ಪತ್ರಿಕಾಗೋಷ್ಠಿ...
DISTRICT ADMINISTRATION THOUBAL ORGANISES MEGA SOCIAL SERVICE CAMP AT KHONGJOM WAR MEMORIAL COMPLEX
THOUBAL: In connection with the celebration of Jananeta Hijam Irawat Day, 2022, the District...
तळेगाव ढमढरेत दादा पाटील फराटे यांनी अशोक पवार यांच्यावर केले आरोप.....
तळेगाव ढमढरेत दादा पाटील फराटे यांनी अशोक पवार यांच्यावर केले आरोप.....
চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পৃষ্ঠপোষকতাতেই নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈ আহিছেঃ লুৰীণ জ্যোতি গগৈ
ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিমুক্ত নিকা আৰু স্বচ্ছ নিযুক্তিৰ কথা কৈ থকা সময়ত তৃতীয় আৰু চতুৰ্থ...
ડીસામાં વૃદ્ધ મહીલાના ગળામાંથી દોરો ઝૂંટવી ફરાર શખ્સને લોકોએ ઝડપ્યો
બનાસકાંઠાના ડીસામાં જલારામ મંદિર પાસે ભરચક વિસ્તારમાં ચેઇન સ્નેચિંગની ઘટના સામે આવી છે. મહિલાના...