অহা ২৭ অক্টোবৰত শিৱসাগৰ যুৱদলৰ প্ৰতিষ্ঠা দিৱস। বিভিন্ন অনুষ্ঠানৰ সমান্তৰালকৈ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যুৱদলৰ সাংস্কৃতিক বিভাগৰ অধীনত বিশিষ্ট নাট্যশিল্পী প্ৰশান্ত শৰ্মাৰ মুখ্য পৰিচালনাত মঞ্চস্থ হ’বলগীয়া নাটক "বিষয় হ’ব প্ৰেম"ৰ আজি শিক্ষক দিৱসৰ দিনাই সন্ধিয়া শুভ মহুৰত অনুষ্ঠিত হয় ৷ সাংস্কৃতিক বিভাগৰ সম্পাদিকা কল্যাণী বৰুৱাই পৰিচালনা কৰা অনুষ্ঠানটি বন্তি প্ৰজ্বলন কৰি মুকলি কৰে শিৱসাগৰ যুৱদলৰ প্ৰাক্তন সভাপতি তথা উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই ৷ আনহাতে একেতা অনুষ্ঠানতে সাংস্কৃতিক বিভাগৰ সভাপতি দেৱ হাজৰিকাই যুৱদলৰ শীৰ্ষ সমবেত সংগীতৰ আখৰাও শুভাৰম্ভণি কৰে ৷ উক্ত অনুষ্ঠানত যুৱদলৰ সভাপতি পূৰ্ণকান্ত বৰা, সম্পাদক অৰ্ণৱ ৰঞ্জন চাংমাইৰ লগতে নাটকত অভিনয় কৰা শিল্পীসকল আৰু শিৱসাগৰ যুৱদলৰ ন-পুৰণি সদস্য-সদস্যাসকল উপস্থিত থাকে ৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
GTA 6 का ट्रेलर तय समय से पहले हुआ रिलीज, नए कैरेक्टर से लेकर गेमप्ले की दिखी झलक; जानें कब होगा लॉन्च
Grand Theft Auto 6 यानी GTA 6 का ट्रेलर कंपनी ने तय समय से पहले रिलीज कर दिया है। सोशल मीडिया...
સંધ્યા જીવન વૃદ્ધાશ્રમમાં ગરબાનું આયોજન
#buletinindia #gujarat #ahmedabad
মৰিগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ যুৱক আটক।
# মৰিগাঁৱৰ দলবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।
👉AS02AB0354 নম্বৰ পালচাৰ মটৰ চাইকেল খনেৰে...
સૂત્રાપાડા તાલુકાના ગ્રામ્ય પંથકના ગામોમાં ભાદરવે વરસાદી માહોલ
સુત્રાપાડા ગ્રામ્ય પંથકની અંદર વહેલી સવારથી જ ભારે બફારો તો ભારે બફારા બાદ બપોર બાદ ભારે...