ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিন

ৰাধাকৃষ্ণণৰ জন্ম দিনটো সমগ্ৰ দেশ জুৰি পালন কৰা হয় শিক্ষক দিৱস হিচাপে

আজি সমগ্ৰ দেশৰ লগতে ঘিলামৰা প্ৰগতি ইংলিছ মেডিয়াম বিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় শিক্ষক দিৱস

শিক্ষক দিৱস উপলক্ষে বিদ্যালয় খনৰ প্ৰাচিৰ পত্ৰিকা প্ৰাচীৰ পত্ৰিকা "NEW HORIZONS" উন্মোচন কৰা হয়

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলক শিক্ষক সমজুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰে

ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলে পৰিবেশন কৰে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান । । । । । ।।