ৰাজ্যত সুৰ্য্য দেৱতাৰ প্ৰচণ্ড উত্তাপ৷গৰমে দহিছে ৰাইজক৷অকনমাণ বতাহ বিচাৰি গছৰ তলত ৰাইজে বোন্দাপৰ দিব লগা অৱস্থা হৈছে৷জীৱজন্তু সকলোৱে যেন গৰমৰ উত্তাপত জ্বলাকলা খাইছে৷ইয়াৰ মাজতে এ পি ডি চি এলৰ ঘন্টাৰ পিচত ঘন্টা ধৰি লোডচিদিং কৰাত অতিষ্ঠ হৈ জনসাধাৰণ৷ইফালে প্ৰচণ্ড গৰম আনফালে বিদ্যুত বিজুতিৰ বাবে মহা বিপদত পৰিছে ৰাইজ৷বৰ্তমান শাসক বিৰুধি সকলো দলৰে কৰ্মকৰ্তা তথা বিভিন্ন সংগঠনে একমুখে ধিক্কাৰ দিছে এ পি ডি চি এলক৷আনকি দিনটোৰ ২৫ ঘন্টাই বিদ্যুত যোগান ধৰাৰ প্ৰতিশ্ৰুতি দি শাসনত বহা চৰকাৰে এইক্ষেত্ৰত নিমাত হৈ থকাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে ভূক্তভোগি ৰাইজে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ramesh Jigajinagi Interview: BJP MP रमेश जिगाजिनागी Dalits, Caste Census पर क्या बोले (BBC Hindi)
Ramesh Jigajinagi Interview: BJP MP रमेश जिगाजिनागी Dalits, Caste Census पर क्या बोले (BBC Hindi)
देखिए Akhilesh Yogi की UP Assembly में तीखी बहस! Jayant Chaudhary | RLD
देखिए Akhilesh Yogi की UP Assembly में तीखी बहस! Jayant Chaudhary | RLD
વડાપ્રધાનશ્રી નરેન્દ્રભાઇ મોદીની જામનગરને રૂ. ૧૪૪૮ કરોડના વિકાસ પ્રકલ્પોની ભેટ
જામનગરને જાહોજલાલીની નવી ઉંચાઇ પર લઇ જવું છે*
- વડાપ્રધાનશ્રી નરેન્દ્રભાઇ મોદી
૦૦૦૦૦૦૦૦
::...
यूपी विधानसभा उपचुनाव: सपा ने जारी की छह उम्मीदवारों की सूची, करहल से तेजप्रताप यादव का नाम; देखें पूरी लिस्ट
नई दिल्ली। Samajwadi Party Bypoll Candidate List। उत्तर प्रदेश में होने वाले विधानसभा...
সুলভ মূল্যৰ চাউল চোৰাংভাৱে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ এজেণ্টৰ
কামৰূপ জিলাৰ বৰবংশৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ এজেণ্টৰ বিৰুদ্ধে সুলভ মূল্যৰ চাউল চোৰাংভাৱে বিক্ৰী...