চৰাইদেউ জিলাৰ ১০৫নং বিধানসভা সমষ্টিৰ ভোটাৰ চেতনা অভিযান কৰ্মশালাত ভাৰতীয় জনতা পাৰ্টিৰ , মাহমৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহন উপস্থিত থাকে। উক্ত কৰ্মশালাত মন্ত্ৰীজনাৰ লগতে মাননীয় জিলা সভাপতি লক্ষ্মীনাথ তাছা, উপসভাপতি ৰজ কমল মহন, আৰু মণ্টু কোৱৰ ।সাধাৰণ সম্পাদকদ্বয় অজন্ত বৰুৱা স্বাক্ষৰ গগৈ , প্ৰাক্তন জিলা সভাপতি তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাখাল কুমাৰ , জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ , তিনিটা মণ্ডলৰ সন্মানীয় মণ্ডল সভাপতি সকল, ৰাজ্যিক মহিলা মৰ্চাৰ সদস্যা অলি মহন, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত,উপপৌৰপতি উদয় শংকৰ গগৈকে প্ৰমুখ্য কৰি তিনিটা মণ্ডলৰ বুথ।সভাপতি সকল,বিএলএ২মণ্ডল সুহৰ বিষয়ববীয়া মৰ্চাসমুহৰ বিষয় ববীয়া সকল তথা দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।