:- বৰমাৰ নিকটৱৰ্তী বৰজাৰত 'ৱাৰিও'ৰ উদ্যোগত মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা আৰু জ্যোতিৰ্ময় সমাজ নলবাৰী জিলাৰ অন্তৰ্গত বৰজাৰ আঞ্চলিত সমিতিৰ উদ্যোগত আজি আবেলি এটি বস্ত্ৰ বেংক উদ্বোধন কৰা হয়৷ বস্ত্ৰ বেংকটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিন্টু বৰাই। ব্যৱহাৰৰ উপযোগী কাপোৰ আৰ্তজনৰ মাজত বিলাই দিয়াৰ উদ্দেশ্যে আগত ৰাখি আৰম্ভ কৰা এই বস্ত্ৰ বেংকে অঞ্চলটোলৈ এক সু বাৰ্তা কঢ়িয়াই আনিছে বুলি উদ্বোধকজনে মত প্ৰকাশ কৰে। মহিলা সৱলীকৰণৰ আশাৰে অঞ্চলটোৰ মহিলা সমাজ একত্ৰিত হৈ এই পদক্ষেপ গ্ৰহণ কৰা বুলি জনসংযোগ সম্পাদিকা প্ৰণামী হালৈয়ে জানিব দিয়ে। বৰজাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা 'আৰণ্যক ফুড প্ৰডাক্ট' খনৰ জড়িয়তে যোগাযোগ কৰি ব্যৱহাৰৰ উপযোগী বস্ত্ৰ দি দুখীয়া লোকক সহায় কৰাৰ বাবেও আহ্বান জনায়। অনুষ্ঠানত নলবাৰীৰ জিলাৰ অন্তৰ্ভুক্ত বৰজাৰ আঞ্চলিক সমিতিৰ সভানেত্ৰী ফুলকন কলিতা, সম্পাদিকা সংগীতা কলিতাৰ লগতে বিষয়-ববীয়া আৰু আমন্ত্ৰিত অতিথি হিচাপে বৰজাৰ-সুৰাদী গাওৰ গাওবুঢ়া আলটাফ হুছেইন উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নিশা মৰাণৰ ঝলমত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য
নিশা মৰাণৰ ঝলমত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য
भारतीय शेयर बाजार करने वाला है बड़ा उलटफेर!
भारतीय शेयर बाजार करने वाला है बड़ा उलटफेर!
દેશ અને ગુજરાતમાં નિર્માતા હેતલ ઠક્કરની ગુજરાતી ફિલ્મ "માધવ" નું ઘમાકેદાર ફર્સ્ટ ટીઝર થયું રિલીઝ
દેશ અને ગુજરાતમાં નિર્માતા હેતલ ઠક્કરની ગુજરાતી ફિલ્મ "માધવ" નું ઘમાકેદાર ફર્સ્ટ ટીઝર થયું રિલીઝ
ભાભર મીઠા ગામના એક પરીવાર ને પ્રેત આત્મા ના વહેમમાં નાખીને પાંચ લાખ પડાવી લેનાર ટોળકી ઝડપાઈ.........
ભાભર મીઠા ગામના એક પરીવાર ને પ્રેત આત્મા ના વહેમમાં નાખીને પાંચ લાખ પડાવી લેનાર ટોળકી ઝડપાઈ.........
Aakash BYJU'S Launches its Biggest and Most Awaited National Talent Hunt Exam, ANTHE 2023;
Aakash BYJU'S Launches its Biggest and Most Awaited National Talent Hunt Exam, ANTHE 2023;