:- বৰমাৰ নিকটৱৰ্তী বৰজাৰত 'ৱাৰিও'ৰ উদ্যোগত মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা আৰু জ্যোতিৰ্ময় সমাজ নলবাৰী জিলাৰ অন্তৰ্গত বৰজাৰ আঞ্চলিত সমিতিৰ উদ্যোগত আজি আবেলি এটি বস্ত্ৰ বেংক উদ্বোধন কৰা হয়৷ বস্ত্ৰ বেংকটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিন্টু বৰাই। ব্যৱহাৰৰ উপযোগী কাপোৰ আৰ্তজনৰ মাজত বিলাই দিয়াৰ উদ্দেশ্যে আগত ৰাখি আৰম্ভ কৰা এই বস্ত্ৰ বেংকে অঞ্চলটোলৈ এক সু বাৰ্তা কঢ়িয়াই আনিছে বুলি উদ্বোধকজনে মত প্ৰকাশ কৰে। মহিলা সৱলীকৰণৰ আশাৰে অঞ্চলটোৰ মহিলা সমাজ একত্ৰিত হৈ এই পদক্ষেপ গ্ৰহণ কৰা বুলি জনসংযোগ সম্পাদিকা প্ৰণামী হালৈয়ে জানিব দিয়ে। বৰজাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা 'আৰণ্যক ফুড প্ৰডাক্ট' খনৰ জড়িয়তে যোগাযোগ কৰি ব্যৱহাৰৰ উপযোগী বস্ত্ৰ দি দুখীয়া লোকক সহায় কৰাৰ বাবেও আহ্বান জনায়। অনুষ্ঠানত নলবাৰীৰ জিলাৰ অন্তৰ্ভুক্ত বৰজাৰ আঞ্চলিক সমিতিৰ সভানেত্ৰী ফুলকন কলিতা, সম্পাদিকা সংগীতা কলিতাৰ লগতে বিষয়-ববীয়া আৰু আমন্ত্ৰিত অতিথি হিচাপে বৰজাৰ-সুৰাদী গাওৰ গাওবুঢ়া আলটাফ হুছেইন উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
▶️গোৰেশ্বৰত ডি ৱাই এফ আই -এচ এফ আইৰ যুটীয়া সংবাদমেল
▶️গোৰেশ্বৰত ডি ৱাই এফ আই -এচ এফ আইৰ যুটীয়া সংবাদমেল
Ashish Verma के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
Ashish Verma के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
तुषार हंबीर हल्लाप्रकरणी तीन पोलीस कर्मचारी निलंबित
तुषार हंबीर हल्लाप्रकरणी तीन पोलीस कर्मचारी निलंबित
शिरूर लोकसभा मतदारसंघातील राष्ट्रीय महामार्ग मंत्रालयाकडील प्रकल्पांना गती.. खासदार डॉ अमोल कोल्हे
पुणे - शिरूर लोकसभा मतदारसंघातील राष्ट्रीय महामार्ग मंत्रालयाकडील प्रकल्पांना गती मिळाली असून...