ৰাজ্যৰ বিদ্যালয় সমূহ এতিয়াও কি ভাষাত ছাত্ৰ ছাত্ৰীক পাঠ দান কৰিব তাক লৈ বিতৰ্কৰ চলি থকা মাজতে মৰাণৰ এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ নামিল খেতি পথাৰত। কৃষিকৰ্মই এখন বৃহৎ সমাজ কেনেকৈ’ ধৰি ৰাখে, গ্ৰাম্য জীৱনৰ লোকৰ পৰস্পৰে কেনেকৈ সহায় লয় আৰু কৰে, অনুভৱ কৰাৰ উদ্দেশ্যই মৰাণৰ বাল্য বিকাশ বিদ্যালয়ত ভুঁই ৰোৱাৰ আয়োজন। সকলো’ ছাত্ৰ-ছাত্ৰীয়ে পথাৰৰ খেতি-খোলাত নামিছে। অভিভাৱক সমাজে সহযোগ কৰিছে। নাঙলৰ মুঠিত ধৰি খেতিয়কে কি সপোন ৰচে শিক্ষাৰ্থীসকলে উপলব্ধি কৰাৰ উদ্দেশ্যই এক বিশাল আযোজন ৷ নাঙল-যুঁৱলি, মৈ, শলমাৰি, জোঁত-জৰী, নাঙলৰ ফাল আৰু ডিলা, মাটিৰ আঁউচা জুৰা, কঠিয়াৰ এক ফেৰাত কেইচাকি কঠিয়া থাকে, আদি জনাবৰ বাবেই এই আযোজন। পুৱাই বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ সকলৰ এই দৰে নামিল পথাৰত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহা আঞ্চলিক ছাত্ৰ সন্থাই মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মেধাবী ছাত্ৰ ছাত্ৰী ক জনাৱ অভিনন্দন।
ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ বিশেষ অভিনন্দন অনুষ্ঠান ৯ জুলাইত।
সদৌ অসম ছাত্ৰ সন্থা ৰ ৰহা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰহা টাউন শাখা শাখা ছাত্ৰ সন্থা ৰ সহযোগত অহা...
শিৱসাগৰত কা বিৰোধী প্ৰতিবাদত বন্ধ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান সমুহ খুলি দিয়াৰ ব্যৱস্থা জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰ।
মঙ্গল বাৰে শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ , আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বড়াক আদি কৰি...
સુરત બસ સ્ટેશન પાસે મળી આવેલા 14 વર્ષના બાળકનું તેના પિતા સાથે મિલન કરાવતી સુરત શહેર ટ્રાફિક પોલીસ
સુરત બસ સ્ટેશન પાસે મળી આવેલા 14 વર્ષના બાળકનું તેના પિતા સાથે મિલન કરાવતી સુરત શહેર ટ્રાફિક...
તલાટી મંત્રી ની માંગ નો આજે આવ્યો અંત અને હડતાલ સમેટાઈ
Content Creator Panel
Dabhi Pravinbhai Dharamshibhai
WALLET BALANCE...