ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি চৰম ত্যাগ আৰু আত্ম বলিদানেৰে নিজৰ বৰ্তমানক বলিদান দি দেশবাসীৰ ভবিষ্যত সুৰক্ষা কৰাৰ স্বাৰ্থত যিসকল চিৰ নমস্য দেশভক্তই চৰম আত্ম ত্যাগ আৰু আত্মবলিদানৰ নিদৰ্শন দাঙি ধৰিছিলে সেইসকল প্ৰবীণ মুক্তিযুঁজাৰু আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক আজি চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি জনাই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি আজি সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলা প্ৰশাসনে জিলাখনৰ মুক্তি যুঁজাৰুৰ লগতে প্ৰয়াত মুক্তি যুঁজাৰুৰ পৰিবাৰকো চেলেং চাদৰ ,গামোচা, জাতীয় পতাকা আৰু ফলৰ টোপোলাৰে তেওঁলোকৰ বাসগৃহতে সম্বৰ্ধনা জনোৱাৰ লগতে আজাদী কা অমৃত মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বিৰুৱাই জিলাখনৰ দুগৰাকী মুক্তিযুঁজাৰু ক্ৰমে, যোগেন ফুকন আৰু গোলাপী চেতিয়াক তেওঁলোকৰ স্বগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रक्तदान शिविर का हुआ आयोजन.
सी एम के जन्मदिन पर रक्तदान शिविर आयोजित
उनियारा . कस्बे मे रविवार को मुख्यमंत्री भजनलाल शर्मा के...
श्रीराममंदिर में रामलला के प्राण प्रतिष्ठा पर राममय खारुपेटिया : विशाल बाइक रैली जय श्री राम
श्रीराममंदिर में रामलला के प्राण प्रतिष्ठा पर राममय खारुपेटिया : विशाल बाइक रैली जय श्री राम
US Election Result 2024: डोनाल्ड ट्रंप निकले आगे, 8 राज्यों में हासिल की जीत; इन तीन जगहों से कमला हैरिस को मिली बढ़त
US Election Result 2024:अमेरिका में राष्ट्रपति चुनाव के लिए मतदान के बाद अब मतगणना भी शुरू हो गई...
উদণ্ড বাইক চালকক খেদি খেদি আৰক্ষীক গটালে ৰাইজে। ছিপাঝাৰৰ বালিপাৰাত ঘৰ দুই যুৱকৰ
উদণ্ড নিচাসক্ত যুৱকৰ বাইকৰ খুন্দাত এজন চাইকেল আৰোহী গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱা ঘটনাকলৈ যোৱা...