ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি চৰম ত্যাগ আৰু আত্ম বলিদানেৰে নিজৰ বৰ্তমানক বলিদান দি দেশবাসীৰ ভবিষ্যত সুৰক্ষা কৰাৰ স্বাৰ্থত যিসকল চিৰ নমস্য দেশভক্তই চৰম আত্ম ত্যাগ আৰু আত্মবলিদানৰ নিদৰ্শন দাঙি ধৰিছিলে সেইসকল প্ৰবীণ মুক্তিযুঁজাৰু আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক আজি চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি জনাই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি আজি সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলা প্ৰশাসনে জিলাখনৰ মুক্তি যুঁজাৰুৰ লগতে প্ৰয়াত মুক্তি যুঁজাৰুৰ পৰিবাৰকো চেলেং চাদৰ ,গামোচা, জাতীয় পতাকা আৰু ফলৰ টোপোলাৰে তেওঁলোকৰ বাসগৃহতে সম্বৰ্ধনা জনোৱাৰ লগতে আজাদী কা অমৃত মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বিৰুৱাই জিলাখনৰ দুগৰাকী মুক্তিযুঁজাৰু ক্ৰমে, যোগেন ফুকন আৰু গোলাপী চেতিয়াক তেওঁলোকৰ স্বগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પેટલાદના ઇસરામા રોડ ઉપર ગટર ઉભરાઈ
પેટલાદ શહેરના ઇસરામાં રોડ ઉપર ભાગ્યલક્ષ્મી સોસાયટી નજીક આજે સવારના સમયે ગટર ઉભરાતા ગંદકી થયેલી...
Oppo F25 Pro 5G: 32MP सेल्फी और 64MP अल्ट्रा क्लियर मेन कैमरा फोन आज हो रहा लॉन्च, ये खूबियां जीत लेंगी दिल
ओप्पो आज अपने ग्राहकों के लिए एक नया फोन लॉन्च करने जा रहा है। ओप्पो अपने यूजर्स के लिए Oppo F25...
बाल विवाह की रोकथाम के लिए नियंत्रण कक्ष स्थापित
विभिन्न अवसरों पर होने वाले बाल विवाह आयोजनों की प्रभावी रोकथाम के लिए प्रभावी मोनिटरिंग एवं...
युवक ने किया कीटनाशक का सेवन तबियत बिगड़ने पर एमबीएस अस्पताल में भर्ती
जीले के सुल्तानपुर निवासी एक युवक ने कीटनाशक दवा का सेवन कर लिया तबियत बिगड़ने पर उसे एमबीएस...