চৰাইদেউ জিলা কৃষি বিভাগৰ পৃষ্ঠপোষকতাত মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনৰ সহযোগিতাত আজি 'আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ঘৰে ঘৰে জাতীয় পতাকাৰ লগোৱাৰ বিষয়ে সাধাৰণ ৰাইজক সজাগ কৰোৱা হয় এই নাটৰ জৰিয়তে। লগতে নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা এই নাটখন সফল ৰূপায়নত সহায় কৰে মথুৰাপুৰ আৰক্ষী থানাৰ বিষয়া-কৰ্মচাৰীয়ে। এই অনুষ্ঠানত উপস্থিত থাকে জিলা কৃষি বিষয়া ৰবীন য়েইন, কৃষি উন্নয়ন বিষয়া চৈয়দ মোস্তাইন হুছেইন, প্ৰণৱজীত চেতিয়াকে প্ৰমুখ্যে কৰি বিভাগৰ বিষয়া-কৰ্মচাৰী তথা নিকেতনৰ আচাৰ্য্য। অনুষ্ঠানটোৰ আঁত ধৰে কৃষি বিভাগৰ মিডিয়া বিশেষজ্ঞ অংকৃতা গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CES 2024: Wi-Fi 7 ऑफिशियली हुआ लॉन्च, जानिए फ्यूचर Apple डिवाइस पर क्या होगा इसका असर
कंसोर्टियम ने CES 2024 में अपनी लेटेस्ट Wi-Fi 7 को लॉन्च किया है। बता दें कि यह कंपनी का नेक्स्ट...
संगमनेर रस्त्यावर वाहनाला धडकून बोनेट मध्ये अडकला होता तो बिबट्या
संगमनेर रस्त्यावर वाहनाला धडकून बोनेट मध्ये अडकला होता तो बिबट्या
দেৱালীৰ আনন্দ ম্লান পৰিল হৰপ্ৰিতৰ
দেৱালীৰ আনন্দ ম্লান পৰিল হৰপ্ৰিতৰ। দেৱালীৰ আনন্দৰ মাজতে শুকুৰবাৰে ঘটিল ভয়ংকৰ ঘটনা। শুকুৰবাৰে...
હેલ્લો કમલશક્તિ કાર્યક્રમના લોન્ચિંગ પ્રસંગે કેન્દ્રીય પ્રધાન સ્મૃતિ ઈરાની#gujarat_geeta_news_ #bjp
હેલ્લો કમલશક્તિ કાર્યક્રમના લોન્ચિંગ પ્રસંગે કેન્દ્રીય પ્રધાન સ્મૃતિ ઈરાની#gujarat_geeta_news_ #bjp