ছয় বাজি চাৰি মিনিটত অবতৰণ কৰিব চন্দ্ৰযান ৩ ৷ইতিমধ্যে অসম চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰছাত্ৰী সকলক উক্ত বিৰল দৃশ্য উপভোগ কৰাবলৈ আবেলি ৫-৩০ বজাত বিদ্যালয় খোলাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে৷শিক্ষা বিভাগৰ নিৰ্দেশ মানি নলবাৰী আৰু কামৰূপ জিলাৰ মধ্যবৰ্তী বাহাৰঘাট অঞ্চলৰ সকলো বিদ্যালয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে৷আনহাতে একাংশ ৰাইজে নামঘৰ,মন্দিৰত প্ৰাৰ্থনা কৰাৰ সমান্তৰালভাৱে ইছলাম ধৰ্মী লোক সকলে মছজিদত দোৱা কৰা পৰিলক্ষিত হৈছে৷মুঠৰ ওপৰত সকলো ৰাইজ তৎপৰ হৈছে চন্দ্ৰযান ৩ অবতৰণৰ বিৰল মুহুৰ্ত উপভোগ কৰাৰ বাবে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Priyanka Gandhi ने रायबरेली में जनता को किया संबोधित | Rahul Gandhi | Priyanka Gandhi
Priyanka Gandhi ने रायबरेली में जनता को किया संबोधित | Rahul Gandhi | Priyanka Gandhi
બનાસકાંઠા એલસીબી પોલીસે પાલનપુર તાલુકા પોલીસ સ્ટેશન વિસ્તારમાંથી દારૂ ભરેલી ટ્રક ઝડપી પાડી હતી
બનાસકાંઠા એલસીબી પોલીસે પાલનપુર તાલુકા પોલીસ સ્ટેશન વિસ્તારમાંથી દારૂ ભરેલી ટ્રક ઝડપી પાડી હતી
जया और रेखा नहीं बल्कि ये लड़की थी अमिताभ बच्चन का पहला प्यार
जया और रेखा नहीं बल्कि ये लड़की थी अमिताभ बच्चन का पहला प्यार
Manmohan Singh Funeral News: Rahul Gandhi ने पूर्व पीएम को श्रद्धांजलि दी | Congress | Aaj Tak
Manmohan Singh Funeral News: Rahul Gandhi ने पूर्व पीएम को श्रद्धांजलि दी | Congress | Aaj Tak