থিতাতে নিহত তিনিজনৰ

বাইক আৰু স্কুটিৰ মূখামুখি সংঘৰ্ষত থিতাতে নিহত মাতৃ -পিতৃ, থাকি গল লগতে অহা জীয়েক ছোৱালীজনী।।

ঢকুৱাখনা ২২নং ৰাজ্যিক ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা,বাইক আৰু স্কুটিৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত একেটা পৰিয়ালৰ দুজনকৈ লোক।পিতৃ মাতৃ আৰু কন্যা সহ অহা গেৰুকামুখৰ পৰা অহা পৰিয়ালটোৰ পিতৃ হেমকান্ত সোণোৱাল আৰু মাতৃ পুতুমণি সোণোৱাল থিতাতে প্ৰাণ হেৰুৱাই ,আনহাতে ঢকুৱাখনা বুবু দাস নামৰ এজন যুৱক নিহত হয়।।